পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ গাতে লগা নতুন ৰাণীৰ পৰা জালুকপাহামলৈ স্বাধীনতাৰ ৭৫ বছৰ পাছত প্ৰথমবাৰৰ বাবে নির্মাণ হৈ আছে এটি নতুন পৰিৱেশ অনুকূল পথ।...
আজি কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হয় প্ৰথম অসম আৰক্ষী কামাণ্ড বেটেলিয়ন কেম্প মন্দাকাটাত। অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।