Tag: ASSAM

Browse our exclusive articles!

গৰমৰ দিনত এইদৰে ৰান্ধি খাওক মাছৰ আঞ্জা! অসমীয়া নৱবৰ্ষত শিকি লওক মাছৰ ৰন্ধন প্ৰণালী…

মাছৰ আঞ্জা বুলি ক'লেই নিশ্চয় সকলোৰে লোভ লাগে, নহয়নে? মাছৰ টেঙা আঞ্জা আৰু প্ৰিয় নহয় জানো। মাছ আপুনি মনৰ পছন্দ অনুসৰি সোৱাদ লগাকৈ ৰান্ধি...

ৰঙালী বিহুৰ উছাহৰ মাজতে মৰিয়নিৰ নকছাৰিৰ নাগিনীজন চাহ বাগিচাত উত্তাল প্ৰতিবাদ…

অসমৰ বাপুতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিনাই মৰিয়নীৰ নাগিনিজান চাহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। বাগিচা খনৰ শ্ৰমিকে লাভ কৰা...

মাৰ্ঘেৰিটাত লুৰীণজ্যোতি গগৈৰ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ…

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ তথা মিত্ৰশক্তিৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ হৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ...

বসন্ত কালত ভাইৰাছজনিত ৰোগ প্ৰতিৰোধৰ বাবে কেঁচা হালধি খোৱাৰ আৰম্ভ কৰক…

প্ৰসাধন আৰু ৰান্ধনীশালৰ ব্যৱহাৰৰ বাহিৰেও হালধিৰ আন এটা পৰিচয় আছে, ইয়াৰ ঔষধি গুণৰ বাবে। স্বাস্থ্যৰ যত্ন ল’বলৈ হালধি অতি উপযোগী উপাদান। বিশেষকৈ বসন্ত কালত...

বিয়াৰ পূৰ্বে নাৰ্চাৰী স্কুলত পঢ়ুৱাই প্ৰতিমাহে ৮০০ টকা দৰমহা পাইছিল নীতা আম্বানীয়ে…

নীতা আম্বানী কোন নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। বহুতে হয়তো নাজানে, নীতা আম্বানীয়ে ৰিলায়েন্সৰ পৰাও দৰমহা পায়। খবৰ অনুসৰি, প্ৰতিমাহে প্ৰায় ২ কোটি...

Popular

শিৱসাগৰ নগৰৰ মুঠ ২৪খন মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হয় দিখৌ নদীৰ থানা ঘাটত

ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বশিষ্ঠ গংগাখ্যাত দিখৌ নদীৰ ঘাটত মা দেৱী দূৰ্গাৰ বিসৰ্জন পৰ্ব আৰম্ভ। শিৱসাগৰ নগৰৰ মুঠ ২৪খন মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে দিখৌ নদীৰ থানা ঘাটত।

বিজয়া দশমীৰ দিনটোত নাজিৰাৰ বশিষ্ঠ গংগা খ্যাত দিখৌ জলধাৰাত অশ্ৰুসিক্ত নয়নেৰে বিদায় মহিষমৰ্দিনী দেৱী দুৰ্গা

বিজয়া দশমীৰ দিনটোত নাজিৰাৰ বশিষ্ঠ গংগা খ্যাত দিখৌ জলধাৰাত অশ্ৰুসিক্ত নয়নেৰে বিদায় মহিষমৰ্দিনী দেৱী দুৰ্গা

বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়, আদাবাৰী – ঐতিহ্য, পৰম্পৰা আৰু প্ৰবাদ

নলবাৰী জিলাৰ মুকালমুৱাৰ সমীপৱৰ্তী আদাবাৰীস্থিত বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়খন হৈছে নলবাৰী জিলাখনৰ এখন অন্যতম ঐতিহাসিক প্ৰাচীন শক্তিপীঠ।

আজি বিজয়া দশমীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি

আজি বিজয়া দশমীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি

Subscribe

spot_imgspot_img