Tag: CM

Browse our exclusive articles!

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

বাক্সাৰ দিৰিং নদীত নিজৰ জেপৰ ধন খৰচ কৰি ৰাইজে মেৰামতি কৰিলে বান্ধ

বাক্সা : ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ নেতাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰয় ৷ চৰকাৰী আঁচনিক আশা নকৰি বান্ধ নিৰ্মাণ কৰিবলৈ ওলাই আহিল...

কাছুমাৰাত বানপানীয়ে প্ৰাণ ললে পাঁচ বছৰীয়া শিশুৰ

কামৰুপ গ্ৰাম্য : পুনৰ কাছুমাৰৰ মৈৰাদিয়াত অঘটন ৷বানপানীত ডুবি শিশুৰ মৃত্যু । ঘৰৰ কাষতে খেলি থাকোতেই বানৰ পানীত ডুবি মৃত্যু ঘটে পাঁচ বছৰীয়া শিশুটিৰ।...

সৰুপথাৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ

গোলাঘাট : সৰুপথাৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ। বুধবাৰে নিশা সৰুপথাৰ আৰক্ষীয়ে জব্দ কৰিছে বাৰ্মিজ চুপাৰী ভৰ্তি দুখনকৈ ট্ৰাকৰ লগতে এখন...

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি সমাজ সংগঠক,ক্ৰীড়াবিদ,সাহিত্যিক বুৰঞ্জীবিদ অঞ্জলী চেতিয়া

ডিব্ৰুগড় : "অসম চৰকাৰে প্ৰথম অভিধান প্ৰণেতা টেঙাই মহনৰ মৈদাম সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন লগতে টেঙাই মহনৰ জীৱন কৰ্ম আৰু সাংস্কৃতিক অনুষ্ঠান ঐতিহ্য পূৰ্ণ তৰা...

মটক যুৱ ছাত্র সন্মিলনৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

লখিমপুৰ : মটক যুৱ ছাত্র সন্মিলনৰ প্ৰতিবাদত উত্তাল হল লখিমপুৰ।উপায়ুক্তৰ কাৰ্য্যালয় ৰসন্মুখত অৱস্থান ধৰ্মঘট,ধৰ্ণাত উত্তাল পৰিবেশ । মটক জনগোষ্ঠীক জনজাতি কৰণ কৰা, শান্তি আলোচনা ৰে...

Popular

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

ৰাজ্য কঁপোৱা দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ
spot_imgspot_img