Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দিল্লীৰ যন্তৰ মন্তৰত অব্যাহত থকা প্ৰতিবাদৰ মাজতে পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

অনশন ভংগ কৰিলে সোনম ৱাংচুকে

কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে সাক্ষাতৰ পিছতে অনশন ভংগ বিশিষ্ট বিজ্ঞানী তথা পৰিৱেশবিদ সোণম ৱাংচুকৰ।

সোণম ৰঘুবংশীৰ জামিন বাতিল উচ্চতম ন্যায়ালয়ৰঃ তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ

সোণম ৰঘুবংশীৰ জামিন বাতিল উচ্চতম ন্যায়ালয়ৰঃ তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহেঃ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি দল আহিব অসমলৈ

বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ অসমলৈ আহিব কেন্দ্ৰৰ প্ৰতিনিধি দল। মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তাত জনালে গৃহমন্ত্ৰী অমিত শ্বাহে।

যন্তৰ-মন্তৰত যুদ্ধসদৃশ পৰিৱেশঃ ক’কৰোচ্ছ জনতা পাৰ্টীৰ “সংসদ চলো” পদযাত্ৰা

যন্তৰ-মন্তৰত যুদ্ধসদৃশ পৰিৱেশ। আজি ক’কৰোচ্ছ জনতা পাৰ্টীৰ “সংসদ চলো” পদযাত্ৰা। প্ৰতিবাদকাৰীক ৰুধিবলৈ দিল্লী আৰক্ষীৰ পানী নসৰকা নিৰাপত্তা বেহু।

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img