Tag: india

Browse our exclusive articles!

গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ

বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে টিম 'ডাবোল বিয়া'ৰ পৰিচালক তথা শুভাকাংশী সকলে আদৰণি জনাই অভিনেতাগৰাকীক।

গুৱাহাটী মহানগৰীত চুৰি কৰিবলৈ আহি গৃহস্থক চোকা অস্ত্ৰৰে আক্ৰমণ চোৰৰ

চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-কন্যা।পলায়ন কৰা চোৰক দেখিছিল কন্যাই।চোৰক ধৰিবলৈ চেষ্টা কৰোতে কন্যাক ব্লেডেৰে আক্ৰমণ চোৰৰ।

পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰটোৰ নাম গুন্থাৰ ষষ্ঠ, নেটফ্লিক্সৰ নতুন তথ্যচিত্ৰ শৃংখলাত অন্তৰ্ভুক্ত গুন্থাৰৰ কাহিনী…

নেটফ্লিক্সৰ নতুন তথ্যচিত্ৰ শৃংখলাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ আটাইতকৈ ধনী কুকুৰ গুন্থাৰৰ কাহিনী ৷ সচৰাচৰ আমি প্ৰায়ে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ বিষয়ে শুনি আহিছো, কিন্তু...

ৰাজনীতি নকৰো, পুনৰ নিজৰ ক্লিনিকলৈ উভতি যাম, টিকট নোপোৱাৰ পিছতে ঘোষণা ডাঃ হৰ্ষ বৰ্ধনৰ

ৰাজনীতি নকৰে ডাঃ হৰ্ষ বৰ্ধনে৷ তেওঁ পুনৰ চিকিৎসা বৃত্তিলৈ উভতি যাব৷ বিজেপিয়ে হৰ্ষ বৰ্ধনৰ ঠাইত চান্দনী চক লোকসভা আসনৰ প্ৰাৰ্থী হিচাপে প্ৰবীণ খাণ্ডেলৱালক প্ৰাৰ্থিত্ব...

আছানচোল লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিৰ প্ৰাৰ্থী তথা ভোজপুৰী গায়ক পৱন সিঙে…

নিশাটোৰ ভিতৰতে সলনি হ’ল সিদ্ধান্ত৷ বিজেপিয়ে শনিবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ ঘোষণা কৰা ১৯৫ জনীয়া প্ৰথম খন তালিকাত আছানচোলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছিল ভোজপুৰী গায়ক...

যোগ্য আৰু অভিজ্ঞ ব্যক্তি সকলে প্ৰাৰ্থিত্ব লাভ কৰিছে – মন্ত্ৰী পীয়ূষ হাজৰিকা

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সদ্য ঘোষিত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত আজি অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত নিজৰ প্ৰতিকিয়া ব্যক্ত...

দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ…

দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক সাক্ষাৎ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে। প্রধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ প্রত্যক্ষ নেতৃত্বত কার্যকৰী হোৱা জল...

Popular

এবছুৰ প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা লাভ যুগল কুমাৰ বড়োৰ

এবছুৰ প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা লাভ যুগল কুমাৰ বড়োৰ

গুৱাহাটী মহানগৰীত চুৰি কৰিবলৈ আহি গৃহস্থক চোকা অস্ত্ৰৰে আক্ৰমণ চোৰৰ

চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-কন্যা।পলায়ন কৰা চোৰক দেখিছিল কন্যাই।চোৰক ধৰিবলৈ চেষ্টা কৰোতে কন্যাক ব্লেডেৰে আক্ৰমণ চোৰৰ।

সু-অভিনেতা ৰূপম শৰ্মাৰ নশ্বৰদেহ নলবাৰীৰ দিঘেলীস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে

অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ। জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ শনিবাৰে দেহাৱসান ঘটে।

আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ণাঢ্য সামৰণী অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশ তথা ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে।
spot_imgspot_img