Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

প্ৰতিষ্ঠিত কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত দেহাৱসান কণ্ঠশিল্পীগৰাকীৰ। মুম্বাইৰ বাসগৃহত মৃত্যু সুমন কল্যাণপুৰৰ।

ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ লক্ষৰে জালুকবাৰীত ৰে’ল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ লক্ষৰে জালুকবাৰীত ৰে'ল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

এভাৰেষ্ট জয় কৰিও ঘূৰি অহা নহ’ল ২ ভাৰতীয়ৰ

বিশ্বৰ সৰ্বোচ্ছ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি ঘৰলৈ ঘূৰি নাহিল দুই ভাৰতীয় পৰ্বতাৰোহীৰ৷ শৃংগ জয় কৰি তললৈ নামি অহাৰ সময়তে দুয়োগৰাকীৰে অতি দুখজনকভাৱে মৃত্যু ঘটে৷

Press Freedom Index: বিশ্ব প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত পাকিস্তান-বাংলাদেশতকৈও তলত ভাৰতৰ স্থান

২ কোটি টকাৰ বীমা ধনৰ লোভত স্বামীক হত্যা, ৰূপ দিলে দুৰ্ঘটনাৰঃ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img