Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ পদত্যাগ, ডি কে শিৱকুমাৰ হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী…

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই পদত্যাগ, ডি কে শিৱকুমাৰ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী...

কেঁচা আম কিয় ফ্ৰীজত ৰাখিব নালাগে ?

কেঁচা আম ফ্ৰীজত নাৰাখিব। বিশেষজ্ঞসকলৰ মতে ঠাণ্ডাৰ ফলত আম পকা প্ৰক্ৰিয়াটো লেহেমীয়া হয়, যাৰ ফলত ইয়াৰ সোৱাদ আৰু সুগন্ধি কমি যায়।

মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই

পদত্যাগ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব সিদ্দাৰামায়াই।বৃহস্পতিবাৰে অনুষ্ঠিত ব্রেকফাষ্ট মিটিঙত এই ঘোষণা।

কেতিয়াবা ভাবিছেনে নাৰিকলৰ ভিতৰত পানী ক’ৰ পৰা আহে ? মিঠা আৰু পৰিষ্কাৰ কিয় নাৰিকলৰ পানী…

গৰমৰ দিনত ঠাণ্ডা নাৰিকল পানীৰ পী থাকোঁতে আপুনি কেতিয়াবা ভাবিছেনে যে বন্ধ নাৰিকলৰ ভিতৰত পৰিষ্কাৰ, মিঠা পানী ক’ৰ পৰা আহে?

কম সময়তে ৰাজনীতিত বিজয়ৰ অভাৱনীয় উত্থান দেখি ঈৰ্ষা উপজিছে

অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণে তামিলনাডু বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিকলৈ ৰূপান্তৰিত হোৱা বিজয়ৰ সাফল্য সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে৷

Popular

নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।
spot_imgspot_img