Breaking

Browsing Tag

Israel Hamas Conflict

ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…

হামাছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিচতে ইজৰাইলৰ সামৰিক বাহিনীয়ে ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ কৰিছে । যুদ্ধবিৰতিৰ ফলত গাজাত ৭ মাহৰ যুদ্ধৰ সমাপ্তি ঘটিব পাৰে বুলিও কোৱা হৈছিল । অৱশ্যে চুক্তি হ'ব নে নাই
Read More...

ইজৰাইল-হামাছ যুদ্ধৰ মাজতে তৰমুজক লৈ চলিছে চৰ্চা…

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা মাৰাত্মক যুদ্ধত পেলেষ্টাইনীসকলৰ সৈতে সংহতিৰ প্ৰতীক হিচাপে তৰমুজ ব্যৱহাৰ কৰা হৈছে। পেলেষ্টাইনীসকলৰ সমৰ্থনত প্ৰতিবাদত কাৰ্ড বৰ্ডৰ অৰ্ধবৃত্তত ফলৰ অংকন কৰা হৈছে। টিকটক আৰু এক্সত প্ৰদৰ্শনৰ নামত পেলেষ্টাইনৰ পতাকাৰ
Read More...

গাজাত নিহত ইজৰাইলৰ কেবিনেট মন্ত্ৰী গাদি আইজেনকোটৰ পুত্ৰ…

গাজাত নিহত ২ জন সৈনিকৰ ভিতৰত যুদ্ধৰ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন আইডিএফৰ মুৰব্বী আইজেনকটৰ পুত্ৰ। ২৫ বছৰীয়া গাল মেইৰ আইজেনকোট আছিল ৬৯৯ বেটেলিয়নৰ সদস্য। আইজেনকোটৰ লগতে নিহত ছৰ্জেণ্ট মেজৰ জোনাথন ডেভিড ডেইটছ।
Read More...

চুক্তিৰ পাছতো বন্ধ হোৱা নাই গাজাৰ যুদ্ধ, ইজৰাইলৰ আক্ৰমণত ২০০ৰো অধিক পেলেষ্টাইনী মৃত্যু মুখত…

ইজৰাইল-হামাছ নিউজঃ ইজৰাইল-হামাছ চুক্তিৰ ঘোষণাৰ পিছতো ইজৰাইল সেনাই গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ অব্যাহত আছে। পেলেষ্টাইন ক্ৰনিকলৰ প্ৰতিবেদন অনুসৰি গাজাৰ চৰকাৰী সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ মুৰব্বী ইছমাইল আল-থাৱাবাটাই বুধবাৰে কয় যে বিগত ২৪ ঘণ্টাত
Read More...

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ বিমানবন্দৰত ইজৰাইলৰ বিমান আক্ৰমণ…

ৰাছিয়াৰ দাগেস্তান বিমানবন্দৰত মাজনিশা এক বৃহৎ কাণ্ড সংঘটিত। এয়া কোনো বিমান দুৰ্ঘটনাৰ নহয়। ইজৰাইলৰ পৰা এখন বিমান অৱতৰণ হোৱাৰ খবৰ বিয়পি পৰিল ৰাছিয়াত। ইয়াৰ পিছতে আল্লাহ হু আকবৰৰ শ্লোগান দি বিমানবন্দৰত আক্ৰমণ কৰে একাংশই। আল্লাহ হু আকবৰৰ
Read More...

গাজাৰ শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত বোমা বিস্ফোৰণ ইজৰাইলৰ ! ২৪ ঘন্টাত ২৬৬ জন লোকৰ মৃত্যু, বহু…

গাজাত ইজৰাইলৰ নতুন আক্ৰমণ। এটা শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত এটা বোমা বিস্ফোৰণ কৰে ইজৰাইলে। কমেও ৩০ জন লোকৰ মৃত্যু হৈছে। ঘৰটো ধ্বংসৰ লগতে ইস্ৰায়েলৰ নতুন আক্ৰমণত ওচৰৰ কেইবাটাও ঘৰ ধ্বংস হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, 'যোৱা ২৪
Read More...

হাস্পতালৰ পিছত গাজাৰ গীৰ্জাত ক্ষেপণাস্ত্ৰ আক্ৰমণ ! বহুলোকৰ মৃত্যু…

ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰিপৰ এটা গীৰ্জা ক্ষতিগ্ৰস্ত হৈছে। এই দাবী পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ। ইজৰাইলৰ আক্ৰমণত গীৰ্জাৰ চৌহদত আশ্ৰয় লোৱা কেইবাজনো লোক নিহত আৰু আহত হোৱা বুলিও দাবী কৰে। হামাছৰ নিয়ন্ত্ৰিত স্বৰাজ মন্ত্ৰালয়ে
Read More...