Breaking

Browsing Tag

MLA Akhil Gogoi

আমগুৰি বিধানসভা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বাইক ৰেলী

ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তিসাধন হোৱাৰ পিছত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভূক্ত হোৱা বিভিন্ন পঞ্চায়তত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাইকেৰে ভ্ৰমণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়।
Read More...

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি ভ্ৰমণ…

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি পৰিভ্ৰমণ। অখিল গগৈয়ে চাইকেলেৰে শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰে।
Read More...