Breaking

Browsing Tag

nepal

দিল্লী, ইউ পি, মধ্যপ্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰাখণ্ডত ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ…

দিল্লী-এনচিআৰত অনুভূত হৈছে ভূমিকম্পৰ কম্পন। ভূমিকম্পৰ তীব্ৰতা ৫.৮ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল, যাৰ গভীৰতা মাটিৰ পৰা ১০ কিলোমিটাৰ তলত আছিল। দিল্লী-এনচিআৰৰ লগতে আজি (২৪ জানুৱাৰী) উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশতো
Read More...

কামৰ সন্ধানত নেপাললৈ গৈ দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয়ক উদ্ধাৰ…

কাম বিচাৰি নেপাললৈ গৈ কাম নাপাই দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয় লোকক নেপাল আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতক গটাই দিছে। জানিব পৰা মতে নেপালৰ ইটাভাটাত কাম কৰাৰ বাবে গৈছিল ভাৰতীয় লোক কেইজন।
Read More...

নেপালত ভয়ংকৰ ভূমিকঁম্পত ৬ জন নিহত…

ভূমিকম্প নিৰীক্ষণ সংস্থা নেশ্যনেল ছিছম’লজিকেল চেণ্টাৰে জনোৱা মতে, বুধবাৰে পুৱা  ২:১২ বজাত ভূমিকম্পটো সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬।
Read More...

৭২ ঘণ্টাৰ বাবে বন্ধ হ’ব ভাৰত-নেপাল সীমান্ত…

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য নিৰ্বাচনৰ পূৰ্বে ৭২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ব ভাৰত-নেপাল সীমান্ত। সীমান্তৰে হ’ব পৰা সম্ভাৱ্য অসামাজিক কাৰ্যকলাপ প্ৰতিহত কৰাৰ উদ্দেশ্যে এই
Read More...