Breaking

Browsing Tag

Rajasthan Royals

আজি আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰ’মিছ’ মেচ…

চলিত আই পি এলত প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ আই পি এলৰ উদ্ধোধনী বৰ্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে খেলা প্ৰথম তিনিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰিছে৷ আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ
Read More...

ছয় এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে ‘পিংক প্ৰ’মিছ’ মেচ খেলিব ৰাজস্থান ৰয়েলছে…

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ অহা ছয় এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্ৰদ সহাৰিও পোৱা গৈছে৷
Read More...

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক ৰাজস্থান ৰয়েলছৰ সোণালী টিকট উপহাৰ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে কাইলৈ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত চলিত ১৭ সংখ্যক আই পি এলৰ এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়ান্টসৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷ ৰাজস্থান ৰয়েলছৰ নতুন ছিজনৰ প্ৰথমখন মেচৰ সাক্ষী
Read More...

গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে…

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ আজি এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে৷ উল্লেখ্য যে কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব ১৭ সংখ্যক আই পি
Read More...