Breaking

Browsing Tag

Rajasthan Royals

গুৱাহাটীত দুখনকৈ আই পি এল মেচঃ ১৫ মে’ত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯
Read More...

ভাৰতীয় দলত স্থান লাভৰ বিষয় লৈ বিশেষ চিন্তা কৰা নাই ৰিয়ানে, এইসময়ত ধাৰাবাহিকতা ৰক্ষা কৰি ৰাজস্থান…

এজন কিশোৰৰ বাবে অদম্য ট্ৰলিঙৰ সন্মুখীন হোৱাটো স্বাভাৱিকতে সহজ নহয৷ কিন্তু ৰিয়ান পৰাগৰ ক্ৰিকেট যাত্ৰাত যুৱ তাৰকাগৰাকীয়ে ট্ৰলিঙৰ ধুমুহা সহ্য কৰিব লগা হৈছিল৷ ছ’চিয়েল মিডিয়াত নিৰ্দয় সমালোচনা, হেভি ডিউটি ট্ৰলিং আৰু মিম-ফেষ্টৰ আমন্ত্ৰণ জনোৱা
Read More...

বাটলাৰৰ শতকক লৈ আচৰিত নহয়, আনন্দিত শ্বেন বণ্ড! অপৰাজেয় ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ শীৰ্ষত…

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত যোৱানিশা আৰ চি বিৰ বিৰুদ্ধে মেচ বিজয়ী শতকৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৪ ছিজনত ৰাজস্থান ৰয়েলছৰ তাৰকা বেটাৰ জ’ছ বাটলাৰে চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰিছে৷ উল্লেখ্য যে ৰোমাঞ্চকৰ মেচখনত অপৰাজিত শতকটো সংগ্ৰহ কৰাৰ পূৰ্বে
Read More...

আজি আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰ’মিছ’ মেচ…

চলিত আই পি এলত প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ আই পি এলৰ উদ্ধোধনী বৰ্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে খেলা প্ৰথম তিনিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰিছে৷ আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ
Read More...

ছয় এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে ‘পিংক প্ৰ’মিছ’ মেচ খেলিব ৰাজস্থান ৰয়েলছে…

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ অহা ছয় এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্ৰদ সহাৰিও পোৱা গৈছে৷
Read More...