Breaking

Browsing Tag

school

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতি গঠন…

ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মধ্যস্থল ভেবেলীত ১৯৭৮ চনত স্থাপিত হোৱা মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাৰিটা বৰ্ষৰ পাছতে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। তাৰ প্ৰাক ক্ষণত বিদ্যালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা প্ৰাক্তন
Read More...

“গ্ৰন্থ আমাৰ প্ৰিয়তম বন্ধু” ! দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাত…

"গ্ৰন্থ আমাৰ প্ৰিয়তম বন্ধু"।।দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাত থানেশ্বৰ মালাকাৰ।। "গ্ৰন্থই আমাৰ প্ৰিয়তম বন্ধু । গ্ৰন্থ অধ্যয়নে আমাৰ জ্ঞানৰ পৰিধি বিশালতৰ কৰাৰ লগতে সময়ৰ সদ্‌ব্যৱহাৰৰ বাবেও সচেতন কৰি তোলে। " কামৰূপ
Read More...

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ! প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন…

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ ১২খন জিলাক৷ তালিকাত বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং,
Read More...

কাইলৈ সন্ধিয়ালৈ খোলা থাকিব বিদ্যালয় ! বিদ্যালয়ত দেখুৱাব লাগিব চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ…

বিদ্যালয় চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে।
Read More...

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় ! অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত…

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় । এই বিদ্যালয়খন হৈছে ৰঙিয়াৰ বৰকুকুৰীয়া নোনাপাৰ প্ৰাথমিক বিদ্যালয় । এইখন আদৰ্শ বিদ্যালয়ৰ বাবে এই অঞ্চলটোৰ কোনো ল'ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে ।
Read More...

অত্যাধিক গৰমৰ বাবে কেইবাখনো ৰাজ্য‌ই সলনি কৰিলে বিদ্যালয়ৰ সময়…

গৰমৰ পৰিস্থিতিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত ক্ষতিসাধন কৰিছে। দেশৰ কেইবাখনো জিলাই ছাত্ৰ-ছাত্ৰীক সকাহ দিবলৈ শিক্ষানুষ্ঠানৰ সময় সলনি কৰাৰ নিৰ্দেশ দিছে।
Read More...

নগৰবেৰাৰ হেকৰা উঃ মাঃ বিদ্যালয়ত দিনজোৰাকৈ লাচিত দিৱসৰ বৰ্ণিল কাৰ্যসূচী…

চৰকাৰী নিৰ্দেশনা মৰ্মে আহোম সেনাপতি বীৰ লাচিতৰ জন্মজয়ন্তী উপলক্ষে চৰকাৰী শিক্ষানুষ্ঠান ,আৰু কাৰ্যালয় সমূহত উদযাপন কৰা হয় সপ্তাহদিনীয়া লাচিত জয়ন্তীৰ কাৰ্যসূচী । স্মৰ্ত্তব্য যে যোৱা ১৯ নৱেম্বৰৰ পৰা পালন কৰা ৪০০ তম লাচিত জয়ন্তী উপলক্ষে আজি ২৪
Read More...

শিমলীতোলাত জেন এন হাইস্কুলৰ চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ…

শিমলীতোলাত জেন এন হাইস্কুল চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ। জে এন হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ । নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰা জিলা শিক্ষা খণ্ডৰ অধীনস্থ নবাগত শিমলীতোলা হাইস্কুলৰ প্ৰধান‌ শিক্ষক
Read More...

প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ডি ৱাই এফ আই আৰু এছ এফ আইৰ…

অসম চৰকাৰে ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এই সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ
Read More...

বায়ু প্ৰদূষণৰ বাবে বন্ধ কৰা হ’ল দিল্লীৰ বিদ্যালয়ৰ পাঠদান…

দিল্লীত অতি ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ, অতিমাত্ৰা প্ৰদূষিত বায়ুৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে, কাইলৈৰ পৰা দিল্লীত পঞ্চম শ্ৰেণীলৈ বিদ্যালয় বন্ধ থাকিব। পঞ্চম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ বাবে সকলো বাহিৰৰ
Read More...