Breaking

Browsing Tag

UTTRA PRADESH

শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…

এগৰাকী সাহসী পিতৃ। যৌতুকৰ দাবীৰ বাবেই অত্যাচাৰৰ বলি হোৱা কন্যাক সাহসৰ পৰিচয় দি তেওঁ যৌতুক নিদিও বুলি কোৱাৰ লগতে কন্যাৰ বিবাহ বিচ্ছেদ কৰাই ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আদৰি আনিলে। লোকজনৰ কন্যাক তেওঁৰ শহুৰৰ ঘৰখনে যৌতুক দাবী কৰি
Read More...

বিয়াঘৰত ডিজেই পছন্দৰ সংগীত নবজোৱাৰ বাবেই কইনাৰ পিতৃক প্ৰহাৰ কৰিলে আত্মীয়ই…

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিয়া ঘৰত সকলোৱে আনন্দ মনেৰে নাচিছিল । বিয়াত ডিজেও আছিল। কিন্তু কইনাঘৰৰ মানুহে ভাবিবই পৰা কৰা নাছিল যে সেই ডিজেই কাল হ'ব। বিয়া ঘৰত ডিজেই নানা ধৰণৰ সংগীত বজাইছিল। কইনাৰ আত্মীয় একাংশই ডিজেই বজোৱা
Read More...

যোগীৰ ৰাজ্যত ৰক্ষা পৰিল মাদ্ৰাছা আইন! উচ্চতম ন্যায়ালয়ে ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ মুছলমান…

অৱশেষত বহু বাদ-বিবাদৰ অন্তত ৰক্ষা পৰিল যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীক সকাহ দিলে। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন ২০০৪ ৰ গোচৰত এলাহাবাদ
Read More...

আজি উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন…

আজি দেশৰ ৩ খন ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন৷ উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ'ব নিৰ্বাচন৷
Read More...

পিলভিটত বাঘৰ সন্ত্ৰাসঃ ৬ ঘণ্টা ধৰি উঠি থাকিল কৃষকৰ ঘৰৰ দেৱালত…

উত্তৰ প্ৰদেশৰ পিলিভিটৰ আতকোনা গাঁৱত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে।অৰণ্যৰ পৰা ওলাই অহা এটা বাঘে মঙলবাৰে পুৱাৰে পৰাই গাওঁবাসীক সন্ত্ৰাসিত কৰি তোলে। বাঘটোৱে ছঘণ্টা ধৰি এজন কৃষকৰ ঘৰৰ দেৱালত থিয় হৈ থাকে। বাঘটো চাবলৈ যথেষ্ট ভিৰ হয় । পিলিভিটত
Read More...

তুমি হৈ গ’লা হিন্দু! গেৰুৱা হিজাব পিন্ধি যোগীক লগ কৰাৰ বাবেই কাজীৰ ৰোষত মুছলমান মহিলা

গেৰুৱা হিজাব পিন্ধি যোগী লগ কৰাৰ বাবেই কাজীৰ ৰোষত মুছলমান মহিলা৷ মূৰত গেৰুৱা স্কার্ফ মেৰিয়াই সেই গৰাকী মহিলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক লগ কৰিবলৈ গৈছিল৷ সেয়াই আছিল তেওঁৰ অপৰাধ৷ গেৰুৱা পোছাক পৰিধান কৰাৰ বাবেই মহিলাগৰাকীক
Read More...

ভাৰতীয় প্ৰেমিকৰে বিয়াত বহিবলৈ উত্তৰ প্ৰদেশৰ ফতেহপুৰলৈ আহিল নেডাৰলেণ্ডৰ কইনা!

ভাৰতীয় প্ৰেমিকৰে বিয়াত বহিবলৈ উত্তৰ প্ৰদেশৰ ফতেহপুৰলৈ আহিল নেডাৰলেণ্ডৰ কইনা! দুয়োটা পৰিয়ালৰ সদস্যৰ উপস্থিতিত নেডাৰলেণ্ডৰ কইনাৰ সৈতে ভাৰতীয় যুৱকজনৰ বিবাহ সম্পন্ন হয়। এগৰাকী বিদেশী ছোৱালী আৰু এজন ভাৰতীয় যুৱকৰ এই প্ৰেমকাহিনী এতিয়া বহুতৰে
Read More...