আছাম ৰাইজিং( ইভেন্টে)

নলবাৰীৰ বিজেপি কাৰ্যালয়ত আগন্তুক নলবাৰী পৌৰসভা নিৰ্বাচন সন্দৰ্ভত সাংগঠনিক সভা

আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিয়ে । সেইমৰ্মে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি নলবাৰী টাউন মণ্ডল সমিতিৰ উদ্যোগত...

দুধনৈত ৰাভা হাছং আন্তঃগাওঁ ভলীবল প্ৰতিযোগিতা আৰম্ভ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ পৰিচালনাত আজিৰে পৰা দুদিনীয়াকৈ দুধনৈৰ নিকটৱৰ্তী উপৰতোলা কালী মন্দিৰ প্ৰাংগণত ৰাভা হাছং আন্তঃগাওঁ...

গোসাঁইগাঁও মহাবিদ্যালয়ত দ্বিতীয় দিনাও আন্দোলন অব্যাহত

শিক্ষক-ছাত্ৰীৰ সম্পৰ্ক কলুষিত কৰা অধ্যাপক জয়নাল আবেদিনক বহিষ্কাৰৰ দাবীত ছাত্ৰ একতা সভাৰ স্মাৰকপত্ৰ দাখিল। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী...

পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ উকমুকনি

ৰাজ্যত পুনৰ "কা" বিৰোধী আন্দোলনৰ উকমুকনি। এইবাৰ আমগুৰিত "নাগৰিকত্ব সংশোধনী আইন" বাতিল কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ চাৰিআলিত কৃষক মুক্তি ...

বৰক্ষেত্ৰীৰ জি.বি.এল হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান আজি শুভৰাম্ভ কৰা হয় ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অসম...

Popular