বিশ্বৰ ১১ কোটি লোক নিয়মিতভাৱে মাইগ্ৰেইনৰ সমস্যাত ভুগিছে। কিন্তু মাইগ্ৰেইনৰ তেনে কোনো ঔষধ নাই। চিকিৎসকে কয় যে ঔষধ হওক বা নহওক, মাইগ্ৰেইন ৰোগীয়ে কি খায় বা পান কৰে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। খোৱা-বোৱাত কিছু নিয়ম মানি চলিলেহে মাইগ্ৰেইন নিয়ন্ত্ৰণত ৰাখিব পাৰি।(Migraine)