২ বহাগত সমূহীয়া বৃক্ষৰোপণ,বন্যপ্ৰাণী আৰু পৰিবেশ সুৰক্ষা বিষয়ক আলোচনা চক্ৰ আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷৩বহাগত ভেশচন প্ৰতিযোগিতাৰ লগতে বহু ভাষিক কবি সন্মিলন অনুষ্ঠিত হয়৷একেদৰে ৪বহাগত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়৷৫ বহাগত সন্ধিয়া হুচৰি,জেং বিহু,লোকনৃত্য পৰিবেশনৰ লগতে স্থানীয় শিল্পীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ৬বহাগত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হয় সৰু বিহু প্ৰতিযোগিতা।৭ বহাগৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা মূল সভা অনুষ্ঠিত হয়।
ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি বিদ্যালয়খনৰ ন-পুৰনি ছাত্ৰ -ছাত্ৰী শিক্ষকসকলৰ অংশগ্ৰহনেৰে বিদ্যালয়খনৰ সাংস্কৃতিক ঐতিহ্যৰ বার্তাবাহক হিচাপে বিশাল শোভাযাত্ৰা উলিওৱা হয় ৷ পুৱাৰে পৰা বৰষুণৰ বতৰৰ বাবে বহু কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিঘিনীৰ সৃষ্টি হয় ৷
বন্ধু বা আত্মীয়ৰ মৃত্যু, দীঘলীয়া বিষ বা ডাঙৰ ৰোগ হোৱা, হাইপোথাইৰয়ডিজম, কৰ্কট ৰোগ, মাল্টিপল স্ক্লেৰোচিছ বা হেপাটাইটিছ, ঔষধ যেনে নিৰাময়কাৰী ঔষধ আৰু উচ্চ ৰক্তচাপৰ ঔষধ, সুৰা বা ড্ৰাগৰ অপব্যৱহাৰ, দীৰ্ঘম্যাদী চাপ, শৈশৱৰ ঘটনা যেনে উৎপীড়ন বা অৱহেলা, সামাজিক বিচ্ছিন্নতা (বৃদ্ধসকলৰ ক্ষেত্ৰত সচৰাচৰ), পুষ্টিৰ অভাৱ, টোপনিৰ সমস্যা ইত্যাদি।