Tag: ASSAM

Browse our exclusive articles!

বিলাসীপাৰা প্ৰেছ ক্লাৱৰ ৩৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন

ঐতিহ্যমণ্ডিত বিলাসীপাৰা প্ৰেছ ক্লাৱৰ ৩৬ তম প্ৰতিষ্ঠা দিৱস ১৬ মে'ত দিনজোৰা কাৰ্যসূচীৰে জাক-জমকতাৰে পালন কৰা হয়।

শ্বেম্পু কৰাৰ এঘণ্টাৰ আগতে এই কামটো কৰক, আপোনাৰ চুলি উজ্জলতা বঢ়াৰ লগতে চুলি সৰা কমিব…

শ্বেম্পু কৰাৰ এঘণ্টাৰ আগতে এই কামটো কৰক, আপোনাৰ চুলি উজ্জলতা বঢ়াৰ লগতে চুলি সৰা কমিব...

ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড

ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

ৰাজ্যত বানত ক্ষতিগ্ৰস্ত ২৩ হাজাৰ লোক, ২০খন জিলাত হাই-এলাৰ্ট জাৰি

অসমত এতিয়া বৰষুণৰ বতৰ৷ ইয়াৰ লগে লগে আহি পৰিছে বানৰো বিভীষিকা৷ শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত হোৱা বানত ২৩ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷

পাকিস্তানেই সিদ্ধান্ত লওক তেওঁলোক ভূগোলত থাকিব নে ইতিহাসত…

ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক পুনৰ সকীয়ালে ভাৰতৰ সেনাপ্ৰধানে৷ অপাৰেচন সিন্দূৰৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ভাৰতৰ সেনাপ্ৰধানগৰাকীয়ে পাকিস্তানক সকীয়নি দিয়ে৷

Popular

নাজিৰাত চাইবাৰ অপৰাধ সজাগতা কাৰ্যসূচী সম্পন্নঃ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ আদৰণি ভাষণ

নাজিৰাত চাইবাৰ অপৰাধ সজাগতা কাৰ্যসূচী সম্পন্নঃ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ আদৰণি ভাষণ

এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ

ভাৰতৰ হাতত ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত ইৰাণ। এতিয়ালৈ ৩টা স্বর্ণ, ১১টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।

মহানগৰীৰ ধাৰাপুৰত চাঞ্চল্যকৰ ঘটনাঃ হোমষ্টে’ত উদ্ধাৰ যুৱতীৰ মৃতদেহ

হোমষ্টে’ত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ধাৰাপুৰৰ নিমিষা ঠাকুৰীয়াৰ বুলি চিনাক্ত।

চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক সম্বৰ্ধনা

চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

Subscribe

spot_imgspot_img