Breaking

Browsing Tag

BHUPAL

১০৩ বছৰীয়া বৃদ্ধই বিয়া পাতিলে ৪৯ বছৰীয়া মহিলাক…

ভূপালত এক অনন্য বিবাহ অনুষ্ঠিত হৈছে। যি খন বিয়াৰ খবৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। দৰা আৰু দৰা সন্মত হ'লে কাজীয়ে কি কৰিব? এই প্ৰবাদক সত্য প্ৰাণিত কৰিলে এগৰাকী ১০৩ বছৰীয়া বৃদ্ধই। এই বিয়া খনকলৈ চৰ্চাৰ মূল কাৰণটো হৈছে দৰাৰ বয়স ১০৩ বছৰ আৰু
Read More...

পানী খাওঁতে ভুলতে গিলিলে মৌমাখি, তাৰ পিছত কি হ’ল জানেনে…

মধ্যপ্ৰদেশত পানী খাই থকা অৱস্থাত এজন ব্যক্তিৰ মৃত্যু হোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ভোপালত পানী খাই থকা অৱস্থাত ভুলবশতঃ মৌমাখি গিলি মৃত্যু হয় এজন ২২ বছৰীয়া যুৱক। যুৱকজনৰ জিভা আৰু খাদ্য নলীত মৌমাখিয়ে কামোৰিছিল।
Read More...