Breaking

Browsing Tag

coronavirous

কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, খাদ্যৰ পৰিৱৰ্তন কৰি নিজকে বচাওক…

কেইবামাহো পিছত পুনৰ গতি লাভ কৰিবলৈ আৰম্ভ কৰিছে ক'ৰণা ভাইৰাছৰ ৰোগীয়ে। এনে পৰিস্থিতিত এই মাৰাত্মক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ খাদ্য আৰু জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। ক'ৰণা মহামাৰীয়ে যোৱা কেইবছৰমানৰ পৰা বিশ্ববাসীক বহুত অশান্তি দিছে।
Read More...

দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ৰেণ্ডম নমুনা সংগ্ৰহ আৰম্ভ। ৰাইজক আতংকিত…

দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ৰেণ্ডম নমুনা সংগ্ৰহ আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাইজক আতংকিত নহ’বলৈ পৰামৰ্শ দিছে।Corona ৰ নতুন ভেৰিয়েন্টৰ ভাবুকিৰ মাজত ভাৰতৰ নতুন পৰিকল্পনা কি হ'ব? প্ৰধানমন্ত্ৰী মোদীয়ে
Read More...