Breaking

Browsing Tag

cricket

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ…

অৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী। উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে ।
Read More...

ৰবীন্দ্ৰ জাদেজা আৰু বিৰাট কোহলী যুৱ ক্ৰিকেটাৰৰ বাবে উদাহৰণ, ক’লে প্ৰশিক্ষকে এই দুগৰাকী খেলুৱৈৰ…

ৰবীন্দ্ৰ জাদেজা আৰু বিৰাট কোহলী! ৰবীন্দ্ৰ জাদেজা আৰু বিৰাট কোহলী যুৱ ক্ৰিকেটাৰৰ বাবে উদাহৰণ।ভাৰতৰ ফিল্ডিং প্ৰশিক্ষকে কয় যে ভাৰতীয় ক্ৰিকেট দলত ফিল্ডিং কৰি বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাডেজাই কি আৰু কিমান ছাপ এৰি যায়। ৰবীন্দ্ৰ জাডেজা আৰু
Read More...

চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলেও অংশগ্ৰহণ কৰে। ৰাজদ্বীপ ডাকুৱাৰ
Read More...

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম শ্ৰীলংকা এদিনীয়া ক্ৰিকেট…

মঙলবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব শ্ৰীলংকা আৰু ভাৰতৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল।আজি দিনৰ ১.৩০ বজাৰ পৰা বৰষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ সাক্ষী হ’ব গুৱাহাটীবাসীয়ে।
Read More...

ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি পৰম্পৰাগত পদ্ধতিৰে পূজা কৰে…

ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে সোমবাৰে গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত থকা কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি পৰম্পৰাগত পদ্ধতিৰে পূজা কৰে।
Read More...

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে গুৱাহাটীত উপস্থিত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী…

ভাৰতীয় জাতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা দেওবাৰে গুৱাহাটীত উপস্থিত হয় শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমটো এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (এদিনীয়া) খেলৰ পূৰ্বে।
Read More...

টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল পুনেত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব। পুনেত বিশেষ কৃতিত্ব অৰ্জন…

টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল পুনেত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল পুনেত অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া এই মেচখনত টিম ইণ্ডিয়াই জয়লাভ কৰি শৃংখলা
Read More...

শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত জয়লাভ কৰি খেলুৱৈসকলক প্ৰশংসাৰে ওপচাই পেলাইছে হাৰ্দিক…

খেলখনৰ পিছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াক সুখী যেন লাগিল আৰু তেওঁ অক্ষৰ পেটেলক শেষৰ অভাৰ দিয়াৰ কাৰণো ক’লে। ‘দলটোক কঠিন পৰিস্থিতিত পেলাব বিচাৰিছো’, জয়ৰ পিছত হাৰ্দিকৰ চাঞ্চল্যকৰ বক্তব্য-শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত জয়লাভ কৰি
Read More...

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পণ্ট

গাড়ী দুৰ্ঘটনাত ঋষভ পন্তৰ এখন ভৰি ভাঙি যায়, ক’ত ক’ত আঘাত পাইছে জানক-শুকুৰবাৰে পুৱা ৫.৩০ বজাত ডিভাইডাৰত প্ৰৱেশ কৰে ঋষভ পণ্টৰ গাড়ী। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে পণ্ট। শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টৰ গাড়ী দুৰ্ঘটনাত
Read More...

‘যদি আপুনি ভাল খেলিব নোৱাৰে তেন্তে আপোনাৰ ঠাই আন কোনোবাই ল’ব’ – কে এল ৰাহুলক বুজনি দিলে গৌতম…

‘যদি আপুনি ভাল খেলিব নোৱাৰে তেন্তে আপোনাৰ ঠাই আন কোনোবাই ল’ব’। কে এল ৰাহুলৰ ভাইচ অধিনায়কত্ব এৰি যোৱাৰ সন্দৰ্ভত এইদৰে কয় গৌতম গম্ভীৰে। এইবাৰ সম্পূৰ্ণ ৰংহীন হৈ পৰিছে কে এল ৰাহুল। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে তেওঁৰ বেটখন নিমাত হৈ থাকিল।
Read More...