Breaking

Browsing Tag

Cyclone Michaung

মিচাউঙৰ ফলত তৃতীয় দিনাও চেন্নাইত বানপানী! বিদ্যুৎ বিহীন বহুতো এলেকা, সাহায্য অভিযান অব্যাহত

মিচাউং ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ চেন্নাই চহৰ ধ্বংসস্তূপ হৈ পৰিছে। তামিলনাডু আৰু পুডুচেৰীৰ বিশাল অঞ্চল ধাৰাবাহিক বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে। অৱশ্যে তামিলনাডুৰ ৰাজধানী চেন্নাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বৰষুণ বন্ধ হ’লেও চৌদিশে জমা হৈ আছে
Read More...