Tag: india

Browse our exclusive articles!

গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ

বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে টিম 'ডাবোল বিয়া'ৰ পৰিচালক তথা শুভাকাংশী সকলে আদৰণি জনাই অভিনেতাগৰাকীক।

গুৱাহাটী মহানগৰীত চুৰি কৰিবলৈ আহি গৃহস্থক চোকা অস্ত্ৰৰে আক্ৰমণ চোৰৰ

চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-কন্যা।পলায়ন কৰা চোৰক দেখিছিল কন্যাই।চোৰক ধৰিবলৈ চেষ্টা কৰোতে কন্যাক ব্লেডেৰে আক্ৰমণ চোৰৰ।

আজি মহাশিৱৰাত্ৰী, জানি লওক পূজাৰ শুভ সময় কেতিয়া; শুভ সময়ত পূজা কৰিলেহে মনৰ কামনা পূৰণ হ’ব…

ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি এইবাৰ ২০২৪ চনৰ ৮ মাৰ্চ শুকুৰবাৰে এই উৎসৱ অতি আড়ম্বৰেৰে...

নীতা আম্বানীৰ ডিঙিত বহুমূলীয়া পান্নাৰৰ হাৰ, যাৰ মূল্য ৪০০-৫০০ কোটিৰ ভিতৰত; পান্না ৰত্নৰ উপকাৰিতাৰ বিষয়ে জানেনে…

এনে বহু ৰত্নৰ উল্লেখ শাস্ত্ৰত পোৱা গৈছে, যি পৰিধানে গ্ৰহৰ অশুভ প্ৰভাৱক শুভ ৰূপলৈ পৰিৱৰ্তিত কৰে। অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠানত নীতা আম্বানীয়ে পান্নাৰৰ হাৰ...

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদী, হিতাধিকাৰীৰ সৈতে পোজ দিলে ছেলফিৰ বাবে…

অশান্ত কাশ্মীৰ বৰ্তমান ভালেখিনি শান্ত। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া কেইবাটাও পদক্ষেপৰ বাবেই কাশ্মীৰলৈ বহুলাংশে উভতি আহিছে শান্তি এনে সময়তে আজি কাশ্মীৰ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলবৎ হ’ব কাঃ অমিত শ্বাহ…

নাগৰিকত্ব সংশোধনী আইন অথবা ‘কা’ সন্দৰ্ভত পুনৰ নিজৰ স্থিতি দোহাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এক বিশেষ কনক্লেভত অংশগ্ৰহণ কৰি অমিত শ্বাহে কয় -লোকসভা নিৰ্বাচনৰ...

চাৰা আলীৰ পৰা অজয় ​​দেৱগনলৈকে এইসকল চেলিব্ৰিটি মহাদেৱৰ ভক্ত…

মহাশিৱৰাত্ৰি উপলক্ষে সকলোৱে নিজৰ নিজৰ ভগৱান শিৱক পূজা কৰিছে। এনে পৰিস্থিতিত কেনেকৈ পিছ পৰি থাকিব পাৰে বলীউডৰ তাৰকাসকল। কিন্তু আজি আমি সেই চেলিব্ৰিটিসকলৰ বিষয়ে...

Popular

এবছুৰ প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা লাভ যুগল কুমাৰ বড়োৰ

এবছুৰ প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা লাভ যুগল কুমাৰ বড়োৰ

গুৱাহাটী মহানগৰীত চুৰি কৰিবলৈ আহি গৃহস্থক চোকা অস্ত্ৰৰে আক্ৰমণ চোৰৰ

চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-কন্যা।পলায়ন কৰা চোৰক দেখিছিল কন্যাই।চোৰক ধৰিবলৈ চেষ্টা কৰোতে কন্যাক ব্লেডেৰে আক্ৰমণ চোৰৰ।

সু-অভিনেতা ৰূপম শৰ্মাৰ নশ্বৰদেহ নলবাৰীৰ দিঘেলীস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে

অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ। জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ শনিবাৰে দেহাৱসান ঘটে।

আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ণাঢ্য সামৰণী অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশ তথা ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে।
spot_imgspot_img