Tag: india

Browse our exclusive articles!

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে…

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে। এছিয়ান গেমছৰ দ্বিতীয় তালিকাত সন্নিবিষ্ট হ'ব অম্লানৰ নাম। যোগ্যতা অৰ্জনৰ পিছতো অম্লান বৰগোহাঁইয়ে এছিয়ান গেমছত স্থান হেৰুৱাইছিল। পুৰুষৰ ২০০ মিটাৰত যোগ্যতা...

সনাতন ধৰ্মক “ডেংগু” আৰু “মেলেৰিয়া”ৰ সৈতে তুলনা মুখ্যমন্ত্ৰী পুত্ৰ উদয়ানিধিৰ…

'মেলেৰিয়া, ডেংগুৰ দৰে সনাতন ধৰ্ম…'। 'সনাতন ধৰ্ম মেলেৰিয়া-ডেংগুৰ দৰে, ইয়াক নিৰ্মূল কৰা প্ৰয়োজন'। মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মন্তব্যই জোকাৰিছে দেশ। সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য...

চন্দ্ৰত ১৪-১৫ দিনৰ বাবে শুই পৰিল লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান…

Sleep modeত ৰ'ভাৰ প্ৰজ্ঞান। চন্দ্ৰত ১৪-১৫ দিনৰ বাবে Sleep modeত লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান। সূৰ্য উদয়ৰ পিছতহে পুনৰ কামত লাগিব বিক্ৰম আৰু প্ৰজ্ঞান। ৰ'ভাৰ প্ৰজ্ঞানে সমাপন...

আদিত্য এল-১ ত অংশীদাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ…

আদিত্য L1ত অংশীদাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ ৷ ই সূৰ্য আৰু পৃথিৱীৰ যি এল-১ নামৰ মধ্যকৰ্ষণ বিন্দু আছে সেই সম্পৰ্কে অধ্যয়ন কৰিব। মহাকাশযানখনৰ যাত্ৰাকালত...

এতিয়ালৈকে কেইখন দেশে সূৰ্য্যলৈ মহাকাশযান প্ৰেৰণ কৰিছে, তেওঁলোকৰ অভিযানৰ উদ্দেশ্য কি আছিল…

আদিত্য-এল১ মিছনৰ জৰিয়তে সূৰ্য নিৰীক্ষণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ভাৰতৰ চন্দ্ৰ বিজয়ৰ পিচতে আজি ১১ বাজি ৫০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰ পৰা...

Popular

আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে

আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে। বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে ৰংপুৰ-শিৱসাগৰক।

কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন

কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন। শিক্ষক-শিক্ষয়িত্ৰী, বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।

দীন-জ্যোতি ফাউণ্ডেশ্যনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ লগতে শিক্ষক দিৱস উদ্‌যাপন

গুৱাহাটীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা দীন-জ্যোতি ফাউণ্ডেশ্যনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু শিক্ষক দিৱস উদ্‌যাপন।

নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ

নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ

Subscribe

spot_imgspot_img