Tag: polticalnews

Browse our exclusive articles!

নৱ শৰণীয়াৰ পিছত এইবাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে জিএচপি দলৰ নেতা, পাৰিষদ তথা বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ বিৰুদ্ধে…

নৱ শৰণীয়াৰ পিছত এইবাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে জিএচপি দলৰ নেতা, পাৰিষদ তথা বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ বিৰুদ্ধে ।ঘনশ্যাম দাস...

ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান…

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান। ...

বোকাখাত বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ২০২৪ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ! ৭৪.২০% ভোটগ্ৰহণ সম্পন্ন…

১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। বোকাখাত নিৰ্বাচনী জিলাত...

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন ! মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ %…

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন। মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ % আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়।ৰাজ্যৰ পাঁচ লোকসভা...

নদুৱাৰ সমষ্টিৰ পাঁচমাইলৰ ২১৬ নং ভোট কেন্দ্রত উত্তেজনা…

নদুৱাৰ সমষ্টিৰ পাঁচমাইলৰ ২১৬ নং ভোট কেন্দ্রত উত্তেজনাকংগ্রেছক ভোেট দিবলৈ প্ৰৰোচিত কৰাক লৈ উত্তপ্ত পৰিস্থিতি কংগ্রেছক ভোট দিবলৈ দুজন কংগ্ৰেছীৰপ্ৰৰোচনা বহু সময় ধৰি ভোট কেন্দ্রটোত...

Popular

কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন

কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন

কলকাতাত অসম সাহিত্য সভাৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপন

'মানুহে মানুহৰ বাবে' শীর্ষক গীতটো কেৱল এটি গীত নাছিল, ই আছিল মানুহৰ প্রতি মানুহৰ দায়বদ্ধতাৰ এক সাৰ্বজনীন প্রতীক: ছৈয়দ হাসমত জালাল

মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ

অৱশেষত মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্রনেতা জেৰেমিয়া প’থমি।

২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

Subscribe

spot_imgspot_img