Breaking

Browsing Tag

Ravichandran Ashwin

বিপদৰ বন্ধুহে প্ৰকৃত বন্ধুঃ বিপদৰ সময়ত অশ্বিনৰ কাষত ৰোহিত…

মাতৃৰ অসুস্থতাৰ কথা শুনি কান্দি উঠিছিল ভাৰতীয় ক্ৰিকেটা ৰবিচন্দ্ৰন অশ্বিন। শান্তনা দিলে অধিনায়ক ৰোহিত শৰ্মাই। অশ্বিনে নিজৰ ইউটিউব চেনেলত সেইদিনাৰ ঘটনাৰ ওপৰত আলোকপাত কৰিছে। তেওঁ ক'লে, "ৰোহিতৰ মনোভাৱ দেখি মই বাকৰুদ্ধ হৈ পৰিলোঁ।" টেষ্টৰ
Read More...

১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে…

১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। খেলপথাৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিশেষ স্মাৰক টুপী প্ৰদান কৰিলে অশ্বিনক। এই সুখৰ মুহূৰ্তত উপস্থিত থাকে অশ্বিনৰ পত্নী আৰু তেওঁৰ দুই কন্যা।
Read More...

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত অংশগ্ৰহণ নকৰে অশ্বিনে…

শুকুৰবাৰে সন্ধিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিশ্চিত কৰে যে পাৰিবাৰিক চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টৰ পৰা ৰবিচন্দ্ৰন অশ্বিনে আঁতৰি গৈছে। "বিচিচিআইয়ে চেম্পিয়ন
Read More...