Breaking

Browsing Tag

religion

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন ! হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ…

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী,
Read More...

আজি পবিত্ৰ গুৰু পূৰ্ণিমা ! পূজাৰ পদ্ধতি জানি লওক…

আজি অৰ্থাৎ ২১ জুলাই আজিৰ দিনটোতে পালন কৰা হয় গুৰু পূৰ্ণিমা উৎসৱ । এই তিথিক আহাৰ পূৰ্ণিমা, ব্যাস পূৰ্ণিমা আৰু বেদ ব্যাস জয়ন্তী বুলিও কোৱা হয় । আজিৰ দিনটোত গুৰুজনাৰ পূজা কৰাৰ এক নিয়ম আছে । ইয়াৰ লগতে গুৰু পূৰ্ণিমাৰ দিনা শিষ্যসকলে গুৰুক
Read More...

“খনিকৰ পুথি”ৰ বিষয়ে জানক…

গোলাঘাট জিলাৰ এটি ঐতিহ্যপূৰ্ণ অঞ্চল হৈছে মিছামৰা মৌজা । সেই মিছামৰাৰে অন্তৰ্গত এখন গাঁও হৈছে খনিকৰ গাঁও ।সেই খনিকৰ গাঁৱৰ নামেৰেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ "কীৰ্তন" আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ " নামঘোষা"--এই দুভাগ পুথিৰ নাম "খনিকৰ
Read More...

পৱন পুত্ৰ হনুমানক প্ৰসন্ন কৰিবলৈ শুভ সময় পূজা আৰু উপাসনাৰ বিধিসমূহ জানো আহক…

হিন্দু দেৱতা ৰামায়ণৰ অন্যতম নায়ক হনুমানৰ জন্ম উদযাপন কৰা হিন্দু উৎসৱ। ভাৰতৰ প্ৰতিখন ৰাজ্যতে সময় আৰু পৰম্পৰা অনুসৰি হনুমান জয়ন্তীৰ উদযাপনৰ ভিন্নতা আছে। ভাৰতৰ প্ৰায়বোৰ উত্তৰ ৰাজ্যতে এই উৎসৱ হিন্দু মাহৰ চ'ত (চৈত্ৰ পূৰ্ণিমা) মাহৰ
Read More...

ধুপধৰাৰ আমবাৰীত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত বাৰ্ষিক পূজাৰ সামৰণি…

গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত ধুপধৰাৰ আমবাৰীস্থ ঐতিয্য মণ্ডিত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত সাত দিনিয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে বাৰ্ষিক পূজা মহোৎসৱ আৰু মেলা অনুষ্ঠিত কৰা হৈছে । ধৰ্মীয় পৰম্পৰাগত ৰীতি নীতিৰে যোৱা ১৩ এপ্ৰিলৰ পৰা ১৯
Read More...

কৰ্ণাটক মাইছুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন…

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাত ব্যাপক প্ৰস্তুতি৷ ইয়াৰ মাজতে এজন ভাস্কৰ্য শিল্পীক লৈ দেশজুৰি চৰ্চা৷
Read More...

সমাগত ২২ জানুৱাৰীঃ মুকলি হ’ব ৰাম মন্দিৰ ! দেশৰ ৫ লাখ মন্দিৰত সম্পন্ন হ’ব পূজা…

সমাগত ২২ জানুৱাৰীঃ মুকলি হ’ব ৰাম মন্দিৰ, দেশৰ ৫ লাখ মন্দিৰত সম্পন্ন হ'ব পূজা বিশ্ব হিন্দু পৰিষদৰ সংবাদ মেল সমাগত সেই বিশেষ দিনটো। ২২ জানুৱাৰীত ৰাম মন্দিৰ স্থাপন হোৱাৰ সময়ত দেশৰ ৫ লাখ মন্দিৰত পূজা অৰ্চনা হ'ব।ভাৰতৰ বাহিৰৰ প্ৰায় ৩০ খন
Read More...

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’ !…

'২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক'। তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ।
Read More...

সৎ কৰ্মৰে পূৰ্বৰ পাপ খণ্ডাব পাৰি – শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ কথাৰে…

সৎ কৰ্মৰে পূৰ্বৰ পাপ খণ্ডাব পাৰি -- শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ কথাৰে । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অন্ন মুঠি যতে ততে গ্ৰহন কৰিবলৈ মানা কৰি এটা পৌৰাণিক আখ্যান আগবঢ়াইছে । আখ্যান মতে অন্ন মুঠি সদায় চাই চিতি গ্ৰহন কৰিব পাৰিলে ভাল
Read More...

জগত গুৰু শংকৰ দেৱৰ আদৰ্শৰে উদ্ভাষিত কোঁচ বিহাৰৰ ৰাস…

যি সময়ত একাংশই বিভিন্ন ভেদভাৱ সৃষ্টি কৰি সমন্বয় আৰু সম্প্ৰীতিৰ মাজত ভাঙোন আনিব খুজিছে সেই সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত ৰাস উৎসৱৰ জৰিয়তে সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী টনকিয়াল কৰিব ধৰিছে।এই বিষয়ে কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ
Read More...