Breaking

Browsing Tag

science

ইছৰোৰ চন্দ্ৰযান-৩ মিছনৰ আঁৰৰ ব্যক্তিসকল…

ইছৰোৰ চন্দ্ৰযান-৩ মিছনৰ আঁৰৰ ব্যক্তিসকলৰ বিষয়ে জানেনে? চন্দ্ৰযান-৩ৰ দুঃসাহসিক অভিযানৰ জৰিয়তে চন্দ্ৰযানৰ অভিজাত ক্লাবত যোগদান কৰিবলৈ সাজু ভাৰত। এই অভিযানত চন্দ্ৰপৃষ্ঠত ভাৰতৰ কোমল অৱতৰণ দক্ষতা প্ৰদৰ্শন কৰা হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
Read More...

উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সক্ষম ড্ৰোন পৰীক্ষা : আক্ৰমণ কৰিব পুনৰ সাগৰৰ তলেৰে…

'হায়েলি 1'ৰ পিছত, এইবাৰ 'হাইলি 2'। উত্তৰ কোৰিয়াই পুনৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িওৱা এটা ড্ৰোন পৰীক্ষা কৰে। এই ড্ৰোনে সাগৰৰ তলত আক্ৰমণ কৰিব পাৰে। শনিবাৰে, কিম জং উনে ড্ৰোনটো পৰীক্ষা কৰি শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে।
Read More...

সীমান্তৱৰ্তী অঞ্চলসমূহৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই…

নতুন দিল্লীঃ সীমান্তৱৰ্তী অঞ্চলসমূহৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ’) এখন মানৱবিহীন বিমান (ইউ এ ভি) প্ৰস্তুত কৰিছে।
Read More...

স্পেইনত গাড়ী আকাৰৰ সাগৰীয় কচ্ছপৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছে গৱেষকসকলে…

স্পেইনত গাড়ী আকাৰৰ ডাইনোছৰ যুগৰ সাগৰীয় কচ্ছপৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছে গৱেষকসকলে। Leviathanochelys aenigmatica নামৰ কচ্ছপটোৰ দীঘল আছিল প্ৰায় ১২ ফুট (৩.৭ মিটাৰ), ওজন দুটনৰ অলপ
Read More...

৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই…

৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোইভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। মহাকাশ গৱেষণা সংস্থাটোৱে ৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহৰ প্ৰথম বাণিজ্যিক উৎক্ষেপণৰ বাবে সাজু হৈছে।
Read More...

চন্দ্ৰৰ কেনেকৈ সৃষ্টি হৈছিল‌ জানেনে ! বিজ্ঞানীয়ে আগবঢ়াইছে নতুন তথ্য…

পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ নো কেনেকৈ জন্ম হ’ল তাক লৈ বিভিন্ন সময়ত বিজ্ঞানীসকলে গৱেষণা কৰি আহিছে ৷ ইয়াক লৈ বিজ্ঞানী মহলে বিভিন্ন তথ্যও প্ৰকাশ কৰিছে ৷ কিন্তু শেহতীয়া এক তথ্য অনুসৰি চন্দ্ৰ দীঘলীয়া সময়ৰ পৰিৱর্তনৰ মাজেৰে সৃষ্টি হোৱা নাছিল ৷
Read More...