Breaking

Browsing Tag

Smriti Irani

স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…

সম্পূৰ্ণ নাম তেওঁৰ কিশোৰী লাল শৰ্মা। শৰ্মাই ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ সৈতে ৰায়বেৰেলী আৰু আমেথিৰ ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল।আমেথি লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী
Read More...

মোৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাইঃ কংগ্ৰেছক লক্ষ্য কৰি স্মৃতি ইৰাণীৰ মন্তব্য…

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাই। ইৰাণীয়ে এইবুলিও কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাবে কোনেও প্ৰতিদ্বন্দ্বিতা কৰাৰৰ সাহস কৰা নাই।
Read More...

ৰাহুল গান্ধীয়ে সহায় লৈছে পিএফআইৰ! বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ…

বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে আমেঠিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিলে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দাবী কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালা লোকসভা আসনৰ ৱায়ানাড সমষ্টিৰ পৰা আগন্তুক লোকসভা
Read More...

কেৱল ঔষধেই নহয়, আইৰণৰ অভাৱ দূৰ কৰিবলৈ বিশেষ চূপ খোৱাৰ পৰামৰ্শ স্মৃতি ইৰাণীৰ…

পুষ্টিহীনতাত ভোগা শিশু বা মহিলাৰ বাবে এই চূপ অতি পুষ্টিকৰ। স্মৃতি ইৰাণীয়ে এই চূপ খাবলৈ পৰামৰ্শ দিছিল।মহিলাৰ পুষ্টিহীনতা সমস্যা নতুন সমস্যা নহয়। ইয়াৰ বাহিৰেও ৰক্তহীনতাও দেখা যায়। কিন্তু এই অভাৱ পূৰণ কৰিবলৈ কেৱল ঔষধ খোৱাৰ প্ৰয়োজন নাই।
Read More...

মেকড’নাল্ডছত চাফাই কাম কৰি মাহে ১৮০০ টকা উপাৰ্জন কৰিছিল স্মৃতি ইৰাণীয়ে…

অতীতৰ কথা মনত পেলাই আৱেগিক ৰাজনীতিবিদ স্মৃতি ইৰাণী। শেহতীয়াকৈ স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে যে তেওঁ মেকড’নাল্ডছৰ চাপাই কাম কৰি প্ৰতিমাহে ১৮০০ টকা উপাৰ্জন কৰিছিল, তেতিয়া তেওঁ Kyunki Saas Bhi Kabhi Bahu Thi ছবিত মুখ্য চৰিত্ৰ লাভ কৰিছিল।
Read More...