Breaking

Browsing Tag

uttrakhand

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ ফলত ২৭৬ জন নিহত, ২০০ৰো অধিক লোক নিৰুদ্দেশ! আনহাতে হিমাচল, উত্তৰাখণ্ডত…

কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পাইছে। একে সময়তে হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ বাবে বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। উত্তৰাখণ্ডতো ডাৱৰ বিস্ফোৰণৰ বাবে গৌৰীকুণ্ড-কেদাৰনাথ পথ বন্ধ হৈ পৰে।
Read More...

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা, পাহাৰৰ পৰা পথৰ ওপৰত খহি পৰিল শিল…

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা। পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু।
Read More...

আজি পুনৰ ছমাহৰ পিছত ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ…

ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ। আজি পুনৰ ছমাহৰ পিছত বাবা কেদাৰনাথে নিজৰ ভক্তক দৰ্শন দিব। পুৱা ৭ বজাত কেদাৰনাথ মন্দিৰ আৰু যমুনোত্ৰি ধাম মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোলা হয়।
Read More...

মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবে উত্তপ্ত পৰিস্থিতি, ৪ জন নিহত, ১০০ জনৰো অধিক আহত

উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
Read More...

২৬ মাৰ্চ, ২০১০ চনৰ পিছত বিবাহপাশত আৱদ্ধ হোৱাসকলে ছমাহৰ ভিতৰত কৰিব লাগিব বাধ্যতামূলক পঞ্জীয়ন…

উত্তৰাখণ্ডত আইনত পৰিণত ইউনিফৰ্ম চিভিল কোড বিধেয়ক। ফলত যদি কাৰোবাৰ বিয়া ২৬ মাৰ্চ, ২০১০ৰ পিছত হৈছে, তেন্তে তেনে বিবাহ পঞ্জীয়ন কৰিব লাগিব। যিসকলে ইতিমধ্যে সেয়া কৰিছে তেওঁলোকে পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নহ'ব। এই ব্যৱস্থা উত্তৰাখণ্ড বিধানসভাত
Read More...

দেশৰ বাবে ঐতিহাসিক দিন! উত্তৰাখণ্ড বিধানসভাত গৃহীত ইউনিফৰ্ম চিভিল কোড বিধেয়ক, কি আছে বিধেয়ক…

দেশৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হৈছে। কাৰণ ভাৰতৰ প্ৰথম ৰাজ্য হিচাবে উত্তৰাখণ্ড বিধানসভাই বুধবাৰে ইউনিফৰ্ম চিভিল কোড বিধেয়ক ( অভিন্ন নাগৰিক সংহিতা বিধেয়ক )গৃহীত কৰে। এই বিধেয়কে বৈবাহিক সম্পৰ্ক আৰু উত্তৰাধিকাৰ
Read More...

‘জয় শ্ৰী ৰাম’ ধ্বনিৰ মাজতে বিধানসভাত উত্থাপন ইউনিফৰ্ম চিভিল কোড বিধেয়ক…

উত্তৰাখণ্ডৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হৈ ৰ’ব। দেশত প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যৰ বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হ’ল। দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাবে উত্তৰাখণ্ড বিধানসভাত মঙলবাৰে 'জয় শ্ৰী ৰাম' ধ্বনিৰ
Read More...

মহানায়কঃ উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ শ্ৰমিকক ‘নিগনি-গহ্বৰ’ খান্দি উদ্ধাৰ কৰিছিল মুন্না…

এজন তেনেই সাধাৰণ শ্ৰমিক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল।
Read More...

মহাদেৱৰ চমৎকাৰ ! উত্তৰাখণ্ডত সুৰংগত আবদ্ধ শ্ৰমিকৰ আঁৰৰ কাহিনী…

অৱশেষত ১৭ দিনৰ অন্তত উত্তৰাখণ্ডত সুৰংগত আবদ্ধ শ্ৰমিকক সুকলমে উদ্ধাৰ কৰা হয়। শ্ৰমিকসকলক উদ্ধাৰৰ লগে লগে শ্ৰমিকসকলৰ পৰিয়ালত দেখিবলৈ পোৱা গ'ল আনন্দ-উছাহ।
Read More...