Breaking

Browsing Tag

apcc

কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে ২৮ ফেব্ৰুৱাৰীত পদত্যাগ দাখিল কৰিছে। পদত্যাগৰ পিছতে বিজেপিত যোগদান কৰাৰ
Read More...

‘মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল…

"মোৰ এখন ফটো ভাইৰেল হ'ল। দলৰ সভাপতি, কলিয়াবৰৰ সাংসদক জনাই মুখ্য মন্ত্ৰীক লগ কৰাৰ ফটো ভাইৰেল হ'ল। তেনে বহু নেতাই মুখ্যমন্ত্ৰীক লগ কৰাৰ ফটো মোৰ হাতত আছে"- এই বক্তব্য সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ। সদ্য অপসাৰিত
Read More...

মুখ্যমন্ত্রীক অংগবস্ত্র পিন্ধোৱা জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক অপসাৰণ

সাংসদ গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ নেতা দাদু টায়েক গোলাঘাট জিলাৰ সভাপতি পদৰ পৰা অপসাৰণ। সৰুপথাৰৰ ৰজাপুখুৰী শ্যামগাঁৱৰ ভাস্কৰ শ্যামৰ ঘৰত মুখ্যমন্ত্ৰীক লগ কৰিছিল দাদু টায়ে! দাদু টায়ে
Read More...