Tag: ASSAM

Browse our exclusive articles!

সংগীত নাটক একাডেমিৰ সহযোগত ‘মৃদংগ’ৰ উদ্যোগত ৰাঙাপাৰাত কথক নৃত্যৰ কৰ্মশালা

১২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ 'সংগীত নাটক একাডেমি' নতুন দিল্লীৰ সহযোগত, গুৱাহাটীৰ কথক নৃত্য শিক্ষানুষ্ঠান 'মৃদংগ'ই ৰঙাপাৰা অঞ্চলত আয়োজন কৰা কথক নৃত্যৰ কৰ্মশালা এখনিত...

শক্তিশালী ৰূপত আছে দেশৰ বায়ুসেনা; আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাত অতন্দ্ৰ প্ৰহৰী ৰূপত যোৰহাট বায়ু সেনা ষ্টেচন

দেশৰ সুৰক্ষা তথা শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই অতীজৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন শক্তিশালী শত্ৰুক সহজতে পৰাভূত কৰিব...

তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ অসমভিত্তিক শিশু নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গুৱাহাটী শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে অসমৰ তিনিটা অঞ্চলত আয়োজন কৰা সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতাখনিৰ তেজপুৰ জ’নৰ প্ৰতিযোগিতাৰ সফল সামৰণি...

গোগামুখ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উন্মোচন ৪২বছৰীয়া দস্তাবেজ-স্মৃতিগ্ৰন্থ

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাখন মঙলবাৰে গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হোৱা...

উন্মোচন হ’ল এখনি তিৱা ভাষাৰ ব্যাকৰণ

পশ্চিম কাৰ্বি আংলং জিলাৰ চিকদামাখা ইণ্ডোৰ  ষ্টেডিয়ামত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ। ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড০ ভাৰ্জিনিয়া দাউচন ৰ...

Popular

নেপালী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস উদযাপনঃ কৃতি ছাত্ৰ-ছাত্ৰীক অহিমান স্মৃতি পুৰস্কাৰ প্ৰদান

নেপালী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস উদযাপনঃ কৃতি ছাত্ৰ-ছাত্ৰীক অহিমান স্মৃতি পুৰস্কাৰ প্ৰদান

নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ’ব জীৱন-জীৱিকাৰ মাপকাঠী

নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ'ব জীৱন-জীৱিকাৰ মাপকাঠী

শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী । ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ শাস্ত্ৰীয় সংগীতত স্থান লাভ

Subscribe

spot_imgspot_img