Tag: ASSAM

Browse our exclusive articles!

আম আদমি পাৰ্টিৰ নেতৃত্ব সলনি হ’ব নেকি ৰাজ্যত । লাজ লাজকৈ “আপ” লৈ যোৱাৰ প্ৰস্তুতি অজিত কুমাৰ ভূঞাৰ!

এইবাৰ অৰবিন্দ কেজৰিৱালৰে যুতি বান্ধিবলৈ মন মেলিছে সাংসদ অজিত কুমাৰ ভূঞাই। সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে কেজৰিৱালৰ আৰু অজিত ভূঞাৰ যুতি।...

সলনি হ’ব মহানগৰ আৰক্ষী ব্যৱস্হাৰ চেহেৰা, ৩৪ খনলৈ বৃদ্ধি পাব থানা…

মহানগৰ গুৱাহাটীত বৃদ্ধি পোৱা অপৰাধমূলক ঘটনাৰ বাবে চৰকাৰে আৰক্ষীৰ ব্যাপক পৰিবৰ্তন অনাৰ বিষয়ে ঘোষনা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰামতে বৰ্তমান...

১৩ গৰাকী ৰাষ্ট্ৰীয় উপাধ্যক্ষ নিযুক্তি জে পি নাড্ডাৰ। কামাখ্য প্ৰসাদ তাছাক ৰাষ্ট্ৰীয় সচিব…

ৰাজস্থান, মধ্য প্ৰদেশ, ছট্টিছগড়, তেলেংগনাৰ আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিভিন্ন ৰাজ্যত ১৩ গৰাকী উপ সভাপতি নিযুক্তি দিয়ে। একেদৰে...

সদৌ অসম পাতৰ সমাজৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সফল সামৰণি…

সদৌ অসম পাতৰ সমাজ, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা পাতৰ যুৱ মঞ্চৰ সহযোগত সমগ্ৰ বিশ্বনাথ জিলাতে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত পাতৰ জনগোষ্ঠী অধ্যোষিত...

বিয়াৰ পূৰ্বেই চুলি সৰা সমস্যা হৈছে নেকি? চিন্তা নকৰিব এই সমস্যাৰ আছে সমাধান…

বৰ্তমান কম বয়সতে যুৱক-যুৱতীসকলৰ চুলি সৰা সমস্যা বাঢ়িছে। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ খাদ্য। আমি খোৱা প্ৰতিটো বস্তু আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। বিয়াৰ পূৰ্বেই...

Popular

নেপালী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস উদযাপনঃ কৃতি ছাত্ৰ-ছাত্ৰীক অহিমান স্মৃতি পুৰস্কাৰ প্ৰদান

নেপালী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস উদযাপনঃ কৃতি ছাত্ৰ-ছাত্ৰীক অহিমান স্মৃতি পুৰস্কাৰ প্ৰদান

নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ’ব জীৱন-জীৱিকাৰ মাপকাঠী

নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ'ব জীৱন-জীৱিকাৰ মাপকাঠী

শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী । ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ শাস্ত্ৰীয় সংগীতত স্থান লাভ

Subscribe

spot_imgspot_img