Tag: ASSAM

Browse our exclusive articles!

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গোগামুখ তৰাজানত ৰাজহুৱা সভাঃ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ আহ্বান 

অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ধেমাজি জিলাৰ গোগামুখৰ জয়ৰামপুৰৰ তৰাজানত সোমবাৰে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত ৰাজহুৱা সভাত অসম আৰু অৰুণাচল প্ৰদেশৰ একাংশ লোকৰ...

অসমৰ হিমাংশু তালুকদাৰক দিল্লী পাঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি

প্ৰিমিয়াৰ হেণ্ডবল লীগ (পি এইচ এল) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী পেঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ হিমাংশু তালুকদাৰক। উল্লেখ কৰিব পাৰি...

Public meeting at Gogamukh Tarajan on Assam-Arunachal Pradesh border: Call for maintaining peace and harmony

A massive public meeting was held at Tarajan in Jairampur, Gogamukh in Dhemaji district on the Assam-Arunachal Pradesh border, on Monday. The public meeting...

বিলাসীপাৰাত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান…

বিলাসীপাৰাত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান। মহা জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিলাসীপাৰা জিলা বিজেপিৰ উদ্যোগত আয়োজিত...

বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু উপ দলপতি ৰকিবুল ইছলামে ভূৰাগাঁৱৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে…

বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়া আৰু উপ দলপতি ৰকিবুল ইছলামে ভূৰাগাঁৱৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। লাহৰীঘাট সমষ্টিৰ কুপতিমাৰী আৰু বালিডোংগাত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই ভয়াৱহ...

Popular

অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য

অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য

ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE

ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক

মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়া গোচৰত আৰু ৩ জনক আটক

‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

Subscribe

spot_imgspot_img