Breaking

Browsing Tag

cylinders

উৎসৱৰ বতৰত সামান্য সকাহঃ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য ৩৯.৫০ টকাকৈ হ্ৰাস…

উৎসৱৰ বতৰত সামান্য সকাহ। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। শুক্ৰবাৰে ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্য ৩৯.৫০ টকাকৈ হ্ৰাস কৰা হৈছে । গেছ চিলিণ্ডাৰৰ মূল্য সাধাৰণতে মাহৰ আৰম্ভণিতে সলনি হয়। এই মাহৰ আৰম্ভণিতে বাণিজ্যিক গেছৰ
Read More...

ঘৰুৱা চিলিণ্ডাৰত ৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ৩৫০ টকাকৈ বৃদ্ধি…

১ মাৰ্চৰ পৰা নতুন মূল্য কাৰ্যকৰী হোৱাৰ বাবে এতিয়া এল পি জি চিলিণ্ডাৰৰ বাবে অধিক ধন দিব লাগিব।১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিলোগ্ৰাম ঘৰুৱা তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) আৰু ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে।
Read More...