Breaking

Browsing Tag

ipl2024

আইপিএল ২০২৪ ৰ সময়সূচী ঘোষণা

বৃহস্পতিবাৰে ঘোষণা হ'ল IPL 2024ৰ ১৭ সংস্কৰণৰ বাবে সূচী। এই টি-২০ লীগৰ প্ৰথম পৰ্যায় ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। উদ্বোধনী খেলত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। এই মেচখন অনুষ্ঠিত হ’ব চেন্নাইত। চেন্নাই দলৰ নেতৃত্ব
Read More...

আই পি এল ২০২৪ৰ পূৰ্বে বিবাহপাশত আবদ্ধ RCBৰ ফাষ্ট বলাৰ লকি ফাৰ্গুচন, বিবাহৰ সুন্দৰ ছবি পোহৰলৈ আহিছে…

নিউজিলেণ্ড আৰু আৰচিবিৰ ফাষ্ট বলাৰ লকি ফাৰ্গুচনৰ বিবাহ। তেওঁৰ প্ৰেমিকা এমা কোমোকিক বিয়া কৰাইছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ফাৰ্গুচনে বিয়াৰ ফটো শ্বেয়াৰ কৰে।
Read More...