Breaking

Browsing Tag

Landon newspaper

লেংডন বার্তালোচনীৰ উন্মোচন

অসমৰ সংবাদ জগতত নতুনকৈ সংযোজন হ'ল লেংডন বার্তালোচনী। যোৱা ২ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাত লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজীৱ পানীফুকনে সম্পাদনা কৰা লেংডন নামৰ বাৰ্তালোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰা হয়।
Read More...