Breaking

Browsing Tag

Lok Sabha

লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা প্ৰকাশ বিজেপিৰ, দ্বিতীয় তালিকাত কাৰ কাৰ নাম…

৭২ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি বিজেপিয়ে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা। এই তালিকাত কেইবাগৰাকীও জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁলোকৰ ভিতৰত নীতিন গাডকাৰী, এম এল খট্টৰ, পীয়ুষ গোৱেল আদিৰ
Read More...

মাৰ্চত প্ৰকাশ পাব লোকসভা নিৰ্বাচনৰ সময়সূচী…

মাৰ্চ মাহৰ মাজভাগত লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়সূচী প্ৰকাশ পোৱাৰ সম্ভাৱনা, ইচিআইয়ে ৰাজ্যসমূহত ভোটগ্ৰহণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৰ্তমান ইচিআইৰ বিষয়াসকলে তামিলনাডু ভ্ৰমণত আছে, য’ত তেওঁলোকে ৰাজ্যিক যন্ত্ৰৰ দ্বাৰা নিৰ্বাচন সম্পৰ্কীয়
Read More...

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ সংখ্যা ১৪৬ লৈ বৃদ্ধি! এইবাৰ কোন কোন সাংসদ নিলম্বিত…

বৃহস্পতিবাৰে আৰু তিনিজন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হয়। লোকসভাত অসংসদীয় আচৰণৰ বাবে সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। ইয়াৰ লগে লগে লোকসভাৰ পৰা নিলম্বিত হোৱা মুঠ সাংসদৰ সংখ্যা ১৪৬ জনলৈ বৃদ্ধি পাইছে।
Read More...

লোকসভাৰ সাংসদ পদ কৰ্তনঃ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ

ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হয়। মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ
Read More...

লোকসভাত অবিৰত হুলস্থুল! লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা

সাংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰী পক্ষ আৰু বিৰোধীৰ ধাৰাবাহিক বিক্ষোভ। দুয়ো পক্ষৰ এনে স্থিতিত অচল হৈ আছে সংসদ। এনে পৰিস্থিতিত তীব্ৰ অসন্তুষ্ট লোকসভাৰ অধ্যক্ষ ওম বিৰলা। সেয়ে তেওঁ নজিৰবিহীন এক স্থিতি গ্ৰহণ কৰিছে। তেওঁ সিদ্ধান্ত লৈছে লোকসভাৰ
Read More...