Breaking

Browsing Tag

Retirement

অৱসৰৰ টকাৰে ৰহাত এখন বৃদ্ধাশ্ৰম গঢ়িম :পুতুলী মূদৈ

অৱসৰ গ্ৰহণৰ দিনাই আজি ৰহাৰ কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়।ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি
Read More...

মোৰাঝাৰৰ অকচেক ৰুহিনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালামৰ অৱসৰ গ্ৰহন

সুদীৰ্ঘ বছৰ নিষ্ঠাৰে দায়িত্ব পালন কৰি অৱশেষত অৱসৰ ল'লে মোৰাঝাৰৰ অকচেক ৰুহিনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালামে। ১৯৮৫ চনৰ জানুৱাৰী মাহত চামৰালি ৰহমানীয়া প্ৰাথমিক বিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত ১৯৮৮ চনৰ পহিলা মাহত
Read More...