Breaking

Browsing Tag

Russia-Ukraine War

ইউক্ৰেইনৰ ড্নিপ্ৰ’ চহৰত ৰাছিয়াৰ আক্ৰমণ। দুবছৰীয়া কণমানি নিহত, ২২ গৰাকী আহত…

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ড্নিপ্ৰ’ চহৰ আক্ৰমণৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিছে। ড্নিপ্ৰ’ত হোৱা বিস্ফোৰণক তেওঁ ইচ্ছাকৃতভাৱে ৰাছিয়াৰ আক্ৰমণ বুলি অভিহিত কৰে। ইউক্ৰেইনৰ ড্নিপ্ৰ’ চহৰৰ আৱাসিক এলেকাত ৰাছিয়াৰ বিমান আক্ৰমণৰ অভিযোগত এটি
Read More...

অব্যাহত আছে দুই চুবুৰীয়া ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ বিভীষিকা…

অব্যাহত আছে দুই চুবুৰীয়া ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ বিভীষিকা। কেইবামাহজোৰা এই যুদ্ধৰ অৱসানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ আহ্বানক আওকাণ কৰি ৰুছ সেনাই আগ্ৰাসন বন্ধ নকৰাৰ সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই ইউক্ৰেইন সেনাও। এই
Read More...

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী মোডীক ফোনযোগে বাৰ্তালাপ কৰি কি ক’লে?

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি আৰু পিএম মোডীয়ে সোমবাৰে (২৬ ডিচেম্বৰ) ফোনযোগে কথা পাতিছিল আৰু জি-২০ৰ সফল ৰাষ্ট্ৰপতি পদৰ কামনা কৰিছিল।
Read More...