Tag: Salman Khan

Browse our exclusive articles!

Salman Khan: ছলমান খানৰ ৫৯ সংখ্যক জন্মদিনৰ পাৰ্টিত আম্বানী পৰিয়াল, জামনগৰত ৰাজকীয়ভাৱে উদযাপন ভাইজানৰ জন্মদিন

আম্বানী পৰিয়ালে ছলমান খানৰ ৫৯ সংখ্যক জন্মদিনৰ পাৰ্টিত উপস্থিত থাকে।জামনগৰত ৰাজকীয়ভাৱে উদযাপন ভাইজানৰ জন্মদিন। য'ত বন্ধু-বান্ধৱী আৰু দলৰ লগতে পৰিয়ালৰ সদস্যসকলক দেখা যায়।(Salman Khan)

Aamir Khan: শীঘ্ৰেই একেখন পৰ্দাত দেখা যাব আমিৰ, ছলমান; শ্বাহৰুখক!

অতি সোনকালে একেখন পৰ্দাত দেখা যাব আমিৰ খান, ছলমান খান আৰু শ্বাহৰুখ খানক! অনুৰাগী অপেক্ষাৰে ৰৈ আছে।(Aamir Khan)

Salman Khan: ৮৮ বছৰ বয়সত ভিনটেজ বাইক চলালে ছলমান খানৰ পিতৃয়ে, কাষতে থিয় হৈ চাই থাকিল ছলমানে

৮৮ বছৰ বয়সত চেলিম খানে এখন ভিনটেজ বাইক চলালে, ছলমান খানে তেওঁৰ কাষত থিয় হৈ চাই থাকিল, বাইকখনৰ মূল্য ৯,৪৯,০০০ লাখ টকা।(Salman Khan)

Bhojpuri Actress Akshara Singh: ছলমান, শ্বাহৰুখৰ পিছত ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিং! অভিনেত্ৰীগৰাকীক দাবী ৫০ লাখ টকা

বলীউডৰ পিছত এতিয়া ভোজপুৰী চিনেমাৰ পৰাও এনে এক খবৰ বিয়পিছো। এই ঘটনা সংঘটিত হৈছে উদ্যোগটোৰ বিখ্যাত অভিনেত্ৰী অক্ষৰা সিঙৰ সৈতে। য'ত তেওঁৰ পৰাও ৫০ লাখ টকা ধন দাবী কৰা হৈছে।

Shah Rukh Khan Threat: ছলমান খানৰ পাছত শ্বাহৰুখলৈ ফোনযোগে ধমক

ছলমান খানৰ পাছত এইবাৰ শ্বাহৰুখ খানলৈ হত্যাৰ ভাবুকি। ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। ফাইজান নামৰ এগৰাকী ব্যক্তিৰ পৰা আহিছিল ফোন। মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।(Shah Rukh Khan Threat)

Popular

Subscribe

spot_imgspot_img