Breaking

Browsing Tag

Satbihu

বৰপেটা সত্ৰত সাতবিহুৰ সামৰণি, সত্ৰৰ কীৰ্তনঘৰৰ দালানৰ সন্মুখত ঠিয় নামেৰে সামৰণি পৰিল সত্ৰনগৰী…

বৰপেটা সত্ৰত চ'তৰ সংক্ৰান্তিৰ পৰা ছয় ব'হাগলৈ বহাগৰ দোমাহী বা বহাগ বিহু পালনৰ পিছত ৭ ব'হাগত বৰপেটা সত্ৰৰ দালানৰ সমুখত থিয়নামেৰে সামৰণি পৰিল বৰপেটা সত্ৰত পালিত বহাগ বিহু ৷ সত্ৰনগৰী বৰপেটাত বিহু মুলতঃ সত্ৰকেন্দ্ৰীক পৰম্পৰাৰে পালন কৰা হয় ৷
Read More...