Breaking

Browsing Tag

UDALGURI

ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা, আহত এজন…

ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে-নিশাই বন্যহস্তীৰ উপদ্ৰৱ সমস্যা সমাধানত ব্যৰ্থ বনবিভাগ। ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলাৰ আনহাতে আহত এগৰাকী। ভেৰগাঁৱৰ ভূটিয়াচাংত পুৱতি নিশা নিজ ঘৰতেই গছকি নিহত কৰে
Read More...

ওদালগুৰিত আন্তর্জাতিক নাৰী দিৱস উদযাপন…

ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগৰ অধীনত জিলা হাব ফৰ মহিলা সবলীকৰণৰ উদ্যোগত আৰু ওদালগুৰি ডাক বিভাগৰ সহযোগত শুক্ৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। ওদালগুৰিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়া
Read More...

ওদালগুৰিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভাৰম্ভণি…

ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগ‌ আৰু মহিলা সবলীকৰণৰ বাবে জিলা হাবৰ উদ্যোগত দেওবাৰৰ পৰা "সবলীকৰণ: সমতা আৰু সুযোগৰ বাবে‌ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন" এই মূল মন্ত্ৰৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটো সপ্তাহ যোৰা কাৰ্যসূচীৰে সমগ্ৰ জিলাতে
Read More...

ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আদিত চন্দ্ৰ কলিতাৰ গ্ৰন্থ স্মৃতিৰ পাপৰি উন্মোচন…

'আজিৰ ভোগবাদী সমাজত গ্ৰন্থই এক নান্দনিক পৰিবেশ দান কৰিব পৰাটো গ্ৰন্থকাৰৰ কৃতিত্ব' - ঘটেশ্বৰ বৰুৱা। ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত টংলা নিবাসী কবি আদিত চন্দ্ৰ কলিতাৰ নৱতম গ্ৰন্থ স্মৃতিৰ পাপৰি উন্মোচন কৰি ওদালগুৰি জিলা সাহিত্য সভাৰ
Read More...

ওদালগুৰিত গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালা…

ওদালগুৰিস্থিত Asoboford Academy Sr Secondary schoolত যোৱা ৪ জুলাই তাৰিখৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিশেষ শৈক্ষিক কৰ্মশালা খন দেওবাৰে সামৰণি পৰে। বিদ্যালয় খনৰ শিক্ষয়িত্ৰী পল্লৱী দাসে আঁত ধৰা
Read More...

টংলা পিএইচই সংণ্ডলৰ অধিনত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে…

টংলা পিএইচই(PHE) সংণ্ডলৰ অধিনত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে। ওদালগুৰি জিলাৰ ওদালগুৰি বিধান সভা সমষ্টি অন্তৰ্গত বৰমুকলিত টংলা জনস্বাস্থ্য কাৰিকৰি পিএইচই(PHE) সংণ্ডলৰ অধিনত
Read More...