Breaking

Browsing Tag

Akshay Kumar

মুক্তি পালে ছবি OMG 2 ৰ নতুন পোষ্টাৰ। শিৱৰ ৰূপত অক্ষয় কুমাৰ। পোষ্টাৰ দেখি অনুৰাগীয়ে ক’লে…

মুক্তি পালে ছবি OMG 2 ৰ নতুন পোষ্টাৰ। শিৱৰ ৰূপত অক্ষয় কুমাৰ। পোষ্টাৰ দেখি অনুৰাগীয়ে ক'লে - হৰ হৰ মহাদেৱ। মুক্তি লাভ কৰিলে অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি 'OMG 2'ৰ নতুন পোষ্টাৰ। এই পোষ্টাৰত কুমাৰক ভগৱান শিৱৰৰ ৰূপত দেখা গৈছে।
Read More...

অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত ফ’ল’ কৰা সেই ৬ জন বিশেষ ব্যক্তি কোন…

অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত ফ’ল’ কৰা সেই ৬ জন বিশেষ ব্যক্তি কোন? অক্ষয় কুমাৰৰ ইনষ্টাগ্ৰামৰ ফ’ল’ৱাৰৰ সংখ্যা ৬৪.৮ মিলিয়ন। কিন্তু অক্ষয় কুমাৰে ছ'চিয়েল মিডিয়াত মাত্ৰ ৬ জন লোকক ফ'ল' কৰে। জানি লওক কোন এই ৬ জন ব্যক্তি যাৰ পোষ্টত অক্ষয় কুমাৰে
Read More...

‘নিজৰ ছবিৰ বিফলতাক মানি ল’বলৈ সাহস থাকিব লাগিব’- অক্ষয় কুমাৰ…

শেহতীয়াকৈ অক্ষয় কুমাৰে কয় যে তেওঁ নিজৰ ছবিৰ ফ্লপৰ বাবে নিজকে দায়ী বুলি গণ্য কৰে। এতিয়া বাংলা অভিনেতা ৰাজতৱ দত্তই তেওঁক এই বক্তব্যৰ বাবে প্ৰশংসা কৰিছে।বলীউড অভিনেতা অক্ষয় কুমাৰৰ শেহতীয়াকৈ মুক্তি পোৱা চেলফি বক্স অফিচত বিফল হৈছে। এই
Read More...

পুনৰ ফ্ল’প অক্ষয়ৰ ছবি ! মালয়ালম ছবি ৰিমেক কৰি বিপদত অক্ষয় কুমাৰ…

অক্ষয় কুমাৰৰ আটাইতকৈ আন এখন ছবি ‘চেলফি’ বক্স অফিচত অৱস্থা শোচনীয়। বলীউড অভিনেতা অক্ষয় কুমাৰ আৰু ইমৰাণ হাছমীৰ ছবি 'চেলফি'ক লৈ আশা কৰা হৈছিল যে ই বক্স অফিচত জোকাৰণি তুলিব চেলফিয়ে , কিন্তু প্ৰথম দিনাৰ উপাৰ্জন অতি শোচনীয়, দ্বিতীয় দিনা
Read More...

‘হেৰা ফেৰী-৩’ৰ শ্বুটিং আৰম্ভ ! অক্ষয়, সুনীল আৰু পৰেশ ৰাৱাল আহি আছে একেলগে…

হেৰা ফেৰী ৩ ছবিত পুনৰ অভিনয় কৰিব অক্ষয় কুমাৰ, সুনীল শ্বেট্টী আৰু পৰেশ ৰাৱাল। অক্ষয় কুমাৰ, সুনীল শ্বেট্টী আৰু পৰেশ ৰাৱাল পুনৰ চৰ্চাত। কিয়নো আহিব হেৰা ফেৰীৰ তৃতীয়খন। ছ’চিয়েল মিডিয়াত চেটৰ পৰা এখন ছবিয়ে বিগ টাইম ট্ৰেণ্ডিং কৰি আছে য’ত
Read More...

৩ মিনিটত অনুৰাগীৰ সৈতে ১৮৪টা ছেলফি্! গিনিজ বুকত ৰেকৰ্ড অক্ষয় কুমাৰৰ…

অক্ষয় কুমাৰৰ পৰৱৰ্তী ছবি চেলফি মুক্তিৰ বাবে সাজু হোৱা অক্ষয় কুমাৰক এতিয়া চেলফি কিং বুলি ক’ব পাৰি ! কাৰণ শেহতীয়াকৈ তেওঁ মাত্ৰ তিনি মিনিটতে সৰ্বাধিক চেলফি লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিছিল। বুধবাৰে চেলফিৰ প্ৰচাৰৰ সময়ত অভিনেতাগৰাকীয়ে
Read More...

অক্ষয় কুমাৰৰ শ্বুটিঙস্থলীত নাহৰফুটুকীৰ আক্ৰমণ! আঘাতপ্ৰাপ্ত মেকআপ আৰ্টিষ্ট…

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ বৰ্তমান ব্যস্ত তেওঁলোকৰ আগন্তুক ছবি বডে মিয়ান ছোটে মিয়ানৰ শ্বুটিঙত। জানুৱাৰী মাহত আব্বাছ জাফৰ পৰিচালনাৰ ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ পিছৰে পৰা অনুৰাগীসকলে ছবিখনৰ শেহতীয়া আপডেটৰ বিষয়ে জানিবলৈ
Read More...

অক্ষয় কুমাৰক সমকামী বুলি সন্দেহ কৰিছিল টুইংকল খান্না মাতৃ ডিম্পল কাপাদিয়াই…

২০০১ চনত অক্ষয় কুমাৰ আৰু টুইংকল খান্না বিবাহপাশত আবদ্ধ হৈছিল। আজি দুয়োকে বলীউডৰ শক্তিশালী দম্পতীৰ ভিতৰত গণ্য কৰা হৈছে। অক্ষয় কুমাৰ আৰু টুইংকল খান্নাই ১৯৯৯ চনত ‘আন্তঃৰাষ্ট্ৰীয় খিলাদি’ ছবিত একেলগে কাম কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি
Read More...

৫৫ বছৰ বয়সতো সুস্থ-সবল হৈ থকা ৰহস্য কি অক্ষয় কুমাৰৰ? কি কি নিয়ম মানি চলে…

বলীউড ছবি জগতৰ অন্যতম একচন হিৰো হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে অক্ষয় কুমাৰে। ৫৫ বছৰ বয়সতো অক্ষয় কুমাৰক কেনেদৰে নিজকে ফিট কৰি ৰাখিছে। অক্ষয় কুমাৰ বিশ্বৰ লাখ লাখ ফিটনেছ অনুৰাগীৰ প্ৰেৰণা। এই বয়সতো অক্ষয় কুমাৰ কেনেকৈ ইমান সুস্থ-সবল, জানক
Read More...

অক্ষয় কুমাৰে মোক ব্যৱহাৰ কৰি এৰি থৈ গ’ল – এটা সাক্ষাৎকাৰত এই মন্তব্য কৰিলে প্ৰাক্তন প্ৰেমিকা…

অভিনেতা অক্ষয় কুমাৰৰ ব্যক্তিগত জীৱন সন্দৰ্ভত সদায় চৰ্চাৰ বিষয় হৈ আহিছে। এই লেখাটোত আমি আপোনালোকক আক্কি আৰু অভিনেত্ৰী শিল্পা শ্বেট্টীৰ সম্পৰ্কৰ বিষয়ে জনাইছো। অক্ষয়
Read More...