Tag: ASSAM

Browse our exclusive articles!

কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা বিচাৰিব লাগিব, ৰামদেৱক পুনৰ নিৰ্দেশ উ চ্চতম ন্যায়ালয়ৰ…

বিপদ আঁতৰা নাই বাবা ৰামদেৱৰ। কোভিডৰ দৰবৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা ৰামদেৱক পুনৰ তিৰস্কাৰ কৰিলে আদালতে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয়-বাতৰি...

ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ ! আজিৰে পৰা মুকলি ‘দর্পন’ প’র্টেল…

চলিত শিক্ষাবর্ষতো অনলাইন পদ্ধতিৰে হ'ব নামভৰ্তিৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভআজিৰে পৰা মুকলি হৈছে 'দর্পন' প'র্টেল নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন ২ মে'৫ মে'ৰ...

কামৰূপ জিলাত ভোটাৰ সজাগতাৰ বাবে বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন…

আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰ সজাগতা বৃদ্ধি আৰু ভোটদান প্ৰক্ৰিয়াত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি...

কিতাপঃ নিসংগ সময়ৰ নিৰলস সংগী, বিশ্ব গ্ৰন্থ দিৱসৰ শুভেচ্ছাৰে…

মানুহ সামাজিক প্ৰাণী হিচাপে প্ৰতি মুহূর্তত সমাজৰ লগত জড়িত হৈ থাকিবলগীয়া হয়। ব্যক্তিৰ পৰা সমাজৰ সৃষ্টি হয় অৰ্থাৎ পুৰণি কালৰে পৰাই মিলিজুলি সমাজ পাতি...

অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ খেলুৱৈ দয়াল বসুমতাৰীৰ দুৰৱস্থা…

অসমৰ ভলীবল জগতত বৰ্তমান খেলি থকা লিফটাৰ সমূহৰ ভিতৰত দয়াল বসুমতাৰী এজন অন্যতম শ্ৰেষ্ঠ লিফটাৰ। যাৰ দুহাতৰ যাদুত প্ৰাণ পাই উঠে ভলীবলৰ খেলপথাৰ। স্মেচাৰক...

Popular

আজি মুম্বাইলৈ অনা হ’ব টাইগাৰ শ্ৰফ ঘটনাৰ ৩ অভিযুক্তক

বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ সৈতে জড়িত ৩ অভিযুক্তক ৪৮ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ড মঞ্জুৰ কৰা হৈছে।

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰেংবেং গৰুবন্ধা মিকিৰ গাঁওস্থিত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া এক বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী ‘কলম’

দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী 'কলম'

দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ

মুম্বাইৰ জুহুত ফুটবল খেলি ঘৰলৈ ওভতাৰ পথতে ছুপাৰষ্টাৰ টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি গুলী চলাই দুৰ্বৃত্তই। ঘটনাত টাইগাৰ শ্ৰফৰ BMWৰ চালকো আহত হয়।

Subscribe

spot_imgspot_img