Tag: ASSAM

Browse our exclusive articles!

বেলেন’ বাহনেৰে গৰু চুৰ কৰিবলৈ আহি কলিয়াবৰত গৰুচোৰৰ বিলৈ

কলিয়াবৰৰ শালনা চাহ বাগিচাৰ লেংটেঙত নিশা উত্তপ্ত পৰিস্থিতি। বিলাসী বাহনত গৰু চুৰি কৰি ৰাইজৰ ৰোষত গৰু চোৰৰ দল। উত্তেজিত লোকে ভাঙিলে বিলাসী কিয়া আৰু...

সুৰেশ বৰা মাটিৰ মানুহ প্ৰদ্যুত বৰদলৈ চাহাব মানুহ: হিমন্ত বিশ্ব শৰ্মা

নগাঁও লোকসভা সমষ্টিৰ জুৰীয়াত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লোকসভা সমষ্টিটো বিজেপিয়ে দখল...

মেট্ৰিকত ধনশিৰি মহকুমাৰ শীৰ্ষস্থান দৰ্শিতা দত্তক আপকু’ৰ সম্বৰ্ধনা

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ বৰপাভজান গাঁৱৰ নিৱাসী অপূৰ্ব দত্ত আৰু ৰিজুমণি দত্তৰ কন্যা দৰ্শিতা দত্তই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধনশিৰি মহকুমাৰ...

মাজুলীত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিন গাৰ্গৰ আন এক বিতৰ্কিত মন্তব্য…

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আন এক বিতৰ্কিত মন্তব্য এইবাৰ শিল্পীগৰাকী চৰ্চালৈ আহিছে শ্ৰীকৃষ্ণকলৈ কৰা এক মন্তব্যৰ বাবে। মাজুলীত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু...

কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা বিচাৰিব লাগিব, ৰামদেৱক পুনৰ নিৰ্দেশ উ চ্চতম ন্যায়ালয়ৰ…

বিপদ আঁতৰা নাই বাবা ৰামদেৱৰ। কোভিডৰ দৰবৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা ৰামদেৱক পুনৰ তিৰস্কাৰ কৰিলে আদালতে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয়-বাতৰি...

Popular

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰেংবেং গৰুবন্ধা মিকিৰ গাঁওস্থিত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া এক বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী ‘কলম’

দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী 'কলম'

দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ

মুম্বাইৰ জুহুত ফুটবল খেলি ঘৰলৈ ওভতাৰ পথতে ছুপাৰষ্টাৰ টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি গুলী চলাই দুৰ্বৃত্তই। ঘটনাত টাইগাৰ শ্ৰফৰ BMWৰ চালকো আহত হয়।

চুতীয়া সাহিত্য সন্মিলনৰ উদ্যোগত প্ৰকাশ পালে হাৰ্হি দেৱালয়ৰ ইতিবৃত্তঃ অষ্টমীৰ দিনাই আনুষ্ঠানিকভাৱে উন্মোচন

চুতীয়া সাহিত্য সন্মিলনৰ উদ্যোগত প্ৰকাশ পালে হাৰ্হি দেৱালয়ৰ ইতিবৃত্তঃ অষ্টমীৰ দিনাই আনুষ্ঠানিকভাৱে উন্মোচন

Subscribe

spot_imgspot_img