Breaking

Browsing Tag

hslc result

দেৰগাঁৱৰ সমীপৰ ভিতৰুৱা কাকডোঙা চমুৱা গাঁৱৰ জ্ঞানদ্বীপ বৰাৰ সফলতা…

দেৰগাঁৱৰ সমীপৰ ভিতৰুৱা কাকডোঙা চমুৱা গাঁৱৰ জ্ঞানদ্বীপ বৰাৰ সফলতা। কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য ঘোষিত
Read More...

তেজপুৰৰ আশ্ৰিত কন্যা শিৱানী ডেকা জিলিকিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত, অনাদৃত শিশুক শিক্ষা দানেৰে…

আৰ্থিক সমস্যা বা যিকোনো সমস্যা কেতিয়াও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ বা অন্তৰায় যে হ'ব নোৱাৰে সেই কথা পুনৰ এশ শতাংশ সত্য প্ৰমাণিত কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল তেজপুৰৰ নিকটৱৰ্তী গটঙা নামডেকা চুবুৰীত এগৰাকী ব্যক্তিৰ
Read More...

মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ১০০শতাংশ উত্তীৰ্ণ…

বোৰ্খা পৰিধান কৰিও যে শিক্ষাৰ জ্ঞান লাভ কৰিব পাৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাকেই প্ৰমাণ কৰি দেখোৱালে মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাই। আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত
Read More...

ফলাফলত শীর্ষ ৩ জিলাঃ চিৰাং ৯১.২ শতাংশ, নলবাৰী ৮৮.১ শতাংশ; বাক্সা ৮৬.৯ শতাংশ…

আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ফলাফলত ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই দখল কৰিছে শীৰ্ষ স্থান।
Read More...

HSLCৰ শীৰ্ষ ৫টা স্থানৰ প্ৰথম স্থানত যোৰহাটৰ অনুৰাগ দলৈ, দ্বিতীয় স্থানত ঝর্ণা শইকীয়া, মানস প্রতীম…

আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। প্রথম বিভাগত ১,০৫,৮৭৩ জন উত্তীর্ণ, দ্বিতীয় বিভাগত ১,৫০,৭৬৪ জন উত্তীর্ণ, তৃতীয় বিভাগত ৬০,৬৮০ জন উত্তীর্ণ। মুঠ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ছাত্র ৭৭.৩ শতাংশ আৰু ছাত্রী ৭৪.৪ শতাংশ।
Read More...

দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, এইবাৰ স্থান অথবা ষ্টেণ্ডৰ…

আজি ঘোষণা হ'ব বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। দিনৰ ১০.৩০ বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। আনহাতে এইবাৰ স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে। ১০ টাকৈ ৱেৱচাইটত উপলব্ধ হ'ব ফলাফল।
Read More...

১৯-২১ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফলঃ মুখ্যমন্ত্ৰী…

১৯-২১ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। সৰু পথাৰত নিৰ্বাচনী প্ৰচাৰত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইল কথা ঘোষণা কৰে।
Read More...