Breaking

Browsing Tag

Israel-Palestine War

আহত সময় ক’তো নাই সুখ, হতাশাত ভাঙি পৰা মানুহৰ মুখ! আশাহীন গাজা-পেলেষ্টাইনত নিস্তেজ নৱবৰ্ষৰ…

আহত সময় ক’তো নাই সুখ, হতাশাত ভাঙি পৰা মানুহৰ মুখ। তেনে মুখবোৰে সেয়ে উদযাপন কৰিব পৰা নাই নৱবৰ্ষক। অন্ত পৰা নাই ধোঁৱা আৰু বাৰুদৰ কাহিনী৷ এতিয়াও যুদ্ধ উন্মাদনাত বিধ্বস্ত-বিপৰ্যস্ত ইজৰাইল-পেলেষ্টাইন৷ যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷
Read More...

ইজৰাইল-হামাছৰ যুদ্ধত আমেৰিকাই কাৰ পক্ষ ল’ব লাগে…

ইজৰাইল-হামাছ যুদ্ধঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কাৰ্যালয় হোয়াইট হাউছে বুধবাৰে কয় যে বৰ্তমানৰ চোৰাংচোৱাৰ মূল্যায়নত দেখা গৈছে যে গাজা হাস্পতাল বিস্ফোৰণৰ বাবে ইজৰাইল ‘দায়ী নহয়’, কিন্তু সেই সন্দৰ্ভত এতিয়াও তথ্য সংগ্ৰহ কৰা হৈছে।
Read More...

ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মাজতে চীনত উপস্থিত ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন…

ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মাজতে চীনত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন।
Read More...

ইজৰাইল-হামাছৰ যুদ্ধ বন্ধ কৰাৰ প্ৰস্তুতি, ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ জো বাইডেনৰ…

ইজৰাইল হামাছ যুদ্ধঃ ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বন্ধ কৰাৰ প্ৰস্তুতি এতিয়া আৰম্ভ হৈছে। ইৰাণৰ ভাবুকিৰ মাজতে ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ কৰিবলৈ ওলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। যোৱা ১১ দিন ধৰি ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে। এফালে
Read More...

হামাছৰ ৰকেট আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মহম্মদ দেইফ, কোন এই মহম্মদ দেইফ…

গাজাত এতিয়া সাধাৰণ মানুহৰ জীৱন বিপন্ন হৈ পৰিছে। ইজৰাইলৰ প্ৰশাসনে গাজাত বাস কৰা লাখ লাখ সাধাৰণ লোকক গাজাৰ দক্ষিণ অংশলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে। উল্লেখ্য কেইদিনমনা পূৰ্বে পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছে ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব আক্ৰমণ
Read More...

ইজৰাইলত নিহত ৰয়টাৰৰ সাংবাদিক, বিবিচিৰ সাংবাদিককো আক্ৰমণ…

যুদ্ধভূমি ইজৰাইলত এতিয়া সাংবাদিকৰ জীৱনো বিপন্ন হৈ পৰিছে। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুঁজ খনে শনিবাৰে অষ্টম দিনত ভৰি দিছে। বিগত দিন কেইটাত যুদ্ধত নিহত হৈছে ৩,০০০ৰৰো অধিক লোক। ইজৰাইলৰ প্ৰতিশোধমূলক বিমান আক্ৰমণত গাজাত প্ৰতি দিনে শ শ লোক
Read More...

ইজৰাইলৰ বায়ু সেনাৰ আক্ৰমণত গাজাত নিহত হামাছৰ বায়ুসেনাৰ মুৰব্বী…

গাজাত চলিছে ভয়াৱহ যুদ্ধ। ইজৰাইলী বোমাৰ দ্বাৰা হামাছৰ বায়ুসেনাৰ প্ৰধান নিহত হৈছে। ইহুদী ৰাষ্ট্ৰ খনৰ সামৰিক বাহিনীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰৰ পৰা গাজা ষ্ট্ৰিপত আক্ৰমণ চলাই আছে। ইজৰাইলৰ
Read More...

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত…

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত। এতিয়ালৈকে ভাৰত চৰকাৰৰ অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ পৰা মুঠ ৬৪৪ জন ভাৰতীয়ক চাৰ্টাৰ্ড বিমানেৰে নিৰাপদে ঘূৰাই আনিছে। দিল্লী বিমানবন্দৰত ইজৰাইলৰ পৰা উভতি
Read More...

বিশ্বকাপত ভাৰতৰ জয়ক লৈ সুখ প্ৰকাশ ইজৰাইলৰ…

বিশ্বকাপৰ মেচত পাকিস্তানৰ পৰাজয় আৰু ভাৰতৰ জয়ক লৈ ইজৰাইলে সুখ প্ৰকাশ কৰিছে। ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোডী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পোষ্টাৰ জোকাৰি থকা ভাৰতীয়
Read More...