Breaking

Browsing Tag

Kapil Sharma

৫০০ টকা উপাৰ্জন কৰা কপিল শৰ্মা আজি ৩০০ কোটি টকাৰ মালিক! কেনেকৈ অমৃতসৰৰ পৰা মুম্বাইলৈ আহিছিল…

সৰু হাঁহিৰ অনুষ্ঠানৰ পৰা নিজা অনুষ্ঠানলৈ যাত্ৰা কৰা উদ্যোগটোৰ সুপৰিচিত কমেডিয়ান কপিল শৰ্মাই আজি ৪৩ বছৰ অতিক্ৰম কৰিলে। পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা কপিল শৰ্মা ছুপাৰষ্টাৰ হোৱা এই যাত্ৰা ইমান সহজ নাছিল। ইয়াৰ উপৰিও কপিল শৰ্মাই ছবিতো অভিনয়
Read More...

গিন্নি চত্ৰথক বিয়া কৰাই পৰিয়ালৰ ৩৭ জনৰ সৈতে হানিমুনলৈ গৈছিল কমেডিয়ান কপিল শৰ্মা…

দ্য কপিল শৰ্মা শ্ব’ৰ শেহতীয়া খণ্ডত কমেডিয়ানগৰাকীয়ে প্ৰকাশ কৰিছে তেওঁলোকৰ এক গোপন ৰহস্য। তেওঁ আৰু গিনিয়ে বিয়াৰ পিছত ৩৭ জন লোকক একেলগে লৈ হানিমুনলৈ লৈ গৈছিল। টিভিৰ অন্যতম জনপ্ৰিয় কমেডী শ্ব’ কপিল শৰ্মা শ্ব’। শেহতীয়াকৈ কমেডী শ্ব’টোৰ
Read More...

কমেডিয়ান কপিল শৰ্মাৰ বিলাসী জীৱনৰ কথা জানিলে আপুনি আচৰিত হ’ব…

মাৰ্চিডিজৰ পৰা আৰম্ভ কৰি বিলাসী ফাৰ্মহাউচলৈকে এই অতি দামী বস্তুবোৰৰ মালিক ভাৰতৰ শীৰ্ষস্থানীয় কমেডিয়ানসকলৰ কথা ক’বলৈ গ’লে হয়তো বেছিভাগ মানুহৰে মনত যি প্ৰথম নাম আহিব সেয়া হ’ল কপিল শৰ্মা। আজি কপিলে সমগ্ৰ বিশ্বতে শ্ব' কৰি আছে আৰু অতি
Read More...

অবিশ্বাস্য! কপিল শৰ্মাই তেওঁৰ অনুৰাগীসকলৰ ওচৰত বিচাৰিছে ক্ষমা , কাৰণ শুনি হতবাক হ’ব আপুনি !

অবিশ্বাস্য! কপিল শৰ্মাই তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছে । কপিল শৰ্মাই আনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে । কপিলে তেওঁৰ অনুৰাগীৰ টুইটশ্বেয়াৰ কৰিছে৷ মৰম আৰু কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ অসুবিধাৰ বাবে ক্ষমা বিচাৰিছে৷
Read More...