Breaking

Browsing Tag

lip beauty

শীতকালত নিজৰ ছালখনক অধিক ধুনীয়া কৰি ৰাখিবৰ বাবে গ্ৰহণ কৰক ঘৰতে উপলব্ধ কেইটামান সহজ পদ্ধতি…

শীতকালৰ আগমনৰ লগে লগে ছাললৈ নামি আহে ৰুক্ষতা। নানা ধৰণৰ সমস্যাৰে আমাৰ ছালখনক বেৰি ধৰে। এই সমস্যা শীতকালত প্রায় সকলোৰে হয় যদিও নাৰীসকলৰ ক্ষেত্ৰত এই সমস্যাই অলপ গুৰুত্বৰূপ ধাৰণ কৰে। ঘৰুৱা কাম-কাজৰ লগতে ব্যক্তিগত দায়িত্ব আদিসমূহৰ পৰা মূৰ
Read More...

ওঁঠৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে জানক গোপন ৰহস্য………..

ওঁঠ হৈছে আমাৰ সৌন্দৰ্য বৃদ্ধিৰ এটা প্ৰধান কেন্দ্ৰ বিন্দু।কোমল গুলপীয়া ওঁঠজুৰি দেখিবলৈ খুব সুন্দৰ লাগে। এনে আকৰ্ষণীয় ওঁঠৰ গৰাকী হ’বলৈ সকলোৰে মন যোৱাৰ লগতে এই আকৰ্ষণীয় গৰাকীক চালে সঁচায়ে চাই থাকিবলৈ মন যায়। কিন্তু কিছুমান ছোৱালীয়ে
Read More...